• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা আইন আৰু পৰিবেশ ধ্বংসকাৰী ই আই এ-ৰ খচৰা বাতিলৰ দাবীত বিশ্বনাথত বিশাল প্ৰতিবাদী বাইক ৰেলী

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , September 21, 2020 2:17 pm

1 min read

index.jpg
212
VIEWS
Share on FacebookShare on Twitter

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলি নগৰ পৰা জাতিধ্বংসী কা আইন আৰু পৰিবেশ ধ্বংসকাৰী ই আই এ ৰ খচৰা বাতিল কৰাৰ দাবীত এক প্ৰতিবাদী বিশাল বাইক ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বিশ্বনাথ চাৰিআলি নগৰৰ ৰাজ্যিক পৰিবহন নিগমৰ আবাসীক আঞ্চলৰ ৰাজহুৱা পথাৰৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী বিশ্বনাথ চাৰিআলিৰ বিভিন্ন গাঁৱ সমুহৰ মাজেৰে অতিক্ৰম পুনৰ আৰম্ভণি কৰা স্থানতে শেষ কৰা হয়।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চাৰিআলি আঞ্চলিক সমিতি, সদৰ আঞ্চলিক সমিতি আৰু লক্সমনবস্তি আঞ্চলিক সমিতিয়ে সম্পূৰ্ণ সহযোগীতা আগবঢ়ায়।

আজিৰ এই বাইক ৰেলীৰ কাৰ্যসূচীত ক্ৰমে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ  সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, উপ সভাপতি অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতিয়া সম্পাদকদ্বয় ক্ৰমে নিহাৰ শইকীয়া, বিশ্বজিত দাস, বিত্ত সম্পাদক দিগন্ত মিত্ৰকে ধৰি বহু কেইজন সদস্য‌ই অংশগ্ৰহণ কৰে।

Recent News

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

CM

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd