• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি উত্তাল জাগুনৰ ৰাষ্ট্ৰীয় ঘাইপথ; প্ৰশাসনক ২৪ ঘণ্টাৰ সময় সীমা!

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
November 16, 2021 7:15 am
Videoframe_20211115_172901_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল হৈ পৰে মাৰ্ঘেৰিটাৰ মহকুমাৰ জাগুন অঞ্চল।তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিমাইলত দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত হৈ পৰে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন আৰু গাড়ী চালকক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি নিশা As 23 H 2054 নম্বৰৰ এখন মটৰ চাইকেলৰ আৰোহীক কোনো অজ্ঞাত তীব্ৰ বেগী গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। এই দুৰ্ঘটনাত চানু প্ৰধান(৪৫) নামৰ মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হয়।

Apply Now

নিশাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমান পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰু গাড়ী চালক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই।

উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই গোৰ্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় লোকে পথৰ ওপৰত টায়াৰ জ্বলাই ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

 প্ৰতিবাদীকাৰী সকলে অসম পুলিচ হায় হায়, দোষীক শীঘ্ৰে কৰায়ত্ত কৰক, মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।

তদুপৰি দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ আৰক্ষী  প্ৰশাসনক দাবী জনায়। অন্যথা পৰৱৰ্তী সময়ত পৰিস্থিতি আৰু অধিক ভয়ানক কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে।

প্ৰায় ৩ ঘণ্টা ধৰি এই প্ৰতিবাদ ফলৰ অসম অৰুণাচললৈ অহা যোৱা যাত্ৰ তথা অন্যান্য গাড়ী সমূহ আবদ্ধ হৈ পৰে।

উল্লেখ্য যে জাগুন অঞ্চল চাহ পাত কঢ়িওৱা মেক্স ডি আই জাতীয় গাড়ী আৰু শিল কঢ়িওৱা তীব্ৰ বেগী ডাম্পাৰ খুণ্ডাত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Also Read: অৰুণাচলত আসাম ৰাইফলছৰ অভিযানত এনএছচিএন-কেৱাইএ গোটৰ তিনি উগ্ৰপন্থী নিহত

পেছাত ব্ৰইলাৰ কুকুৰাৰ ব্যৱসায় কৰা চানু প্ৰধানৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰাৰ বিপৰীতে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

সোমবাৰে প্ৰতিবাদী দল-সংগঠন তথা স্থানীয় ৰাইজে প্ৰশাসনক ২৪ ঘণ্টাৰ সময় সীমা বান্ধি দিয়াৰ পাছত আৰক্ষী প্ৰশাসনে  দুৰ্ঘটনা সংঘটিত কৰা চালক আৰু বাহনৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব। 

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd