• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সোণোৱালৰ শৱযাত্ৰা, সোণোৱাল গ’ বেক, মোদী গ’ বেক ধ্বনিৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

শৰাইঘাটৰ শেষ ৰণৰ সেনাপতি সৰ্বানন্দ সোণোৱাল এজন মিথ্যাবাদী আৰু পৰিতাজ্য সেনাপতি : সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 13, 2019 7:48 am
Sivasagar Protest

শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলৰ দৃশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন ন প্ৰতিবাদী ভাষাত চলিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা। উলংগ প্ৰতিবাদৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী বৰ্জন, বিজেপিৰ কাৰ্য্যালয় ঘেৰাও, গেলাকণী নিক্ষেপ আদি বিভিন্ন পন্থাৰে অসমৰ ক্ষুভিত জনগণে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ১২ জানুৱাৰিত শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱযাত্ৰাৰে জোঁৰসমদল কৰি এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

১২ জানুৱাৰিৰ সন্ধিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত চামগুৰি চাৰিআলিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱযাত্ৰাৰ লগতে জোঁৰসমদল উলিওৱা হয়।

Apply Now

কাৰ্য্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোনোৱাল গ’ বেক, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী, বিজেপি হঁচিয়াৰ, নৰেদ্ৰ মোদী হঁচিয়াৰ আদি শ্ল’গানেৰে চামগুৰিৰ ৰাজপথ উত্তাল কৰি তোলে। ইয়াৰ উপৰি ৰাজ পথত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱ জ্বলায় প্ৰতিবাদকাৰীসকলে।

প্ৰায় পাঁচ শতাধিক ৰাইজে সমদল কৰি চামগুৰি চাৰিআলিত এখন ৰাজহুৱা সভাৰ আয়োজন কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।

উক্ত কাৰ্যসূচীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱদিৎ দত্ত, উপ- সভাপতি অৰূপ বৰুৱা, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয় কৃষ্ণ দুৱৰা, সাধাৰণ সম্পাদক পল্লৱ গগৈ উপস্থিত থাকে।

প্ৰতিবাদী সভাত কেন্দ্ৰীয় সভাপতি দেৱজিৎ দত্তই  বিধান সভাৰ নিৰ্বাচনৰ সময়ত শৰাইঘাটৰ শেষ ৰণ বুলি কোৱা বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজে সেনাপতি পাতিছিল। কিন্তু অতি দুখৰ কথা যে এইজন সেনাপতিয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তথা নৰেন্দ্ৰ মোদীৰ ওচৰত আঁঠু লৈ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰালে।  শৰাইঘাটৰ শেষ ৰণৰ সেনাপতি সৰ্বানন্দ সোনোৱাল আজিৰ তাৰিখত এজন মিথ্যাবাদী আৰু পৰিতাজ্য সেনাপতি হিচাপে ঘোষণা কৰে। দত্তই কয়, “সৰ্বানন্দ সোণোৱালৰ গাত যদি অসমীয়াৰ তেজ আছে, লাচিতৰ তেজ আছে, বাঘ হাজৰিকাৰ তেজ আছে, চাওলুং চ্যুকাফাৰ তেজ আছে বা চিলাৰায় তেজ আছে তেন্তে অতিশীঘ্ৰে মুখ্য মন্ত্ৰীৰ পদত্যাগ কৰিব লাগে, নহ’লে ইতিহাসৰ পাতত এজন কলংকিত মুখ্য মন্ত্ৰী হিচাপে চিহ্নিত হৈ থাকিব”।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd