• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসাৰ বাবে নিবলৈ নিদিয়াৰ পিছতে ছাত্ৰৰ মৃত্যুৰ অভিযোগ; তিতাবৰত সহপাঠীৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:21 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যুত চৌহদত প্ৰতিবাদৰ সৃষ্টি হয়। সহপাঠী ছাত্ৰ-ছাত্ৰীসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলি প্ৰতিবাদ সাৱ্যস্ত কৰে।

বাতৰি অনুসৰি মনি মাধৱ নামৰ ছাত্ৰজন কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। তেওঁৰ পিতৃয়ে তেওঁক চিকিৎসাৰ বাবে ঘৰলৈ নিবলৈ বিদ্যালয়খনলৈ গৈছিল যদিও তেওঁক তেনে কৰাৰ অনুমতি দিয়া হোৱা নাছিল বুলি অভিযোগ উঠিছে।

Apply Now

এজন আত্মীয়ই কয়, ‘তেওঁ জ্বৰত আক্ৰান্ত আছিল আৰু স্কুলৰ নাৰ্চে ঔষধ যোগান ধৰিছিল যদিও ঔষধ খোৱাৰ পিছতো তেওঁৰ জ্বৰ কমা নাছিল। আছাম ট্ৰিবিউনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

জানিব পৰা মতে, জানুৱাৰী মাহৰ পৰা ছাত্ৰজন অসুস্থ হৈ আছিল। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে অৱশেষত বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালটোক খবৰ দিয়ে।

আত্মীয়জনৰ অভিযোগ, ‘অৱশ্যে যেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে তেতিয়া হাউচমাষ্টৰে অভিভাৱকক খবৰ দিলে, কিন্তু ভাৰপ্ৰাপ্ত শিক্ষকজনে সেই সময়ত অধ্যক্ষ উপস্থিত নথকাৰ বাবে অধ্যক্ষৰ অনুমোদন অবিহনে ছাত্ৰজনক যাবলৈ অনুমতি নিদিলে। ভাৰপ্ৰাপ্ত শিক্ষকজনে আনকি ছাত্ৰজনে অভিনয় কৰা বুলিহে দাবী কৰিছিল।’

সহপাঠী ছাত্ৰ-ছাত্ৰীৰ বাৰে বাৰে অনুৰোধৰ পিছতহে বিদ্যালয় প্ৰশাসনে তেওঁক যাবলৈ অনুমতি দিছিল বুলি পৰিয়ালৰ লোকে দাবী কৰে। চিকিৎসাৰ বাবে নিয়াৰ পিছতো ছাত্ৰজনৰ ধেমাজিত মৃত্যু হয়।

ঘটনাৰ পিছতে জৱাহৰ নৱোদয় বিদ্যালয়, তিতাবৰৰ ছাত্ৰ-ছাত্ৰীসকলে চৌহদৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰি কি কাৰণে হোৱা মৃত্যুৰ পৰিস্থিতি ঘটিল তাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়।

ভুক্তভোগীৰ আত্মীয়জনে লগতে কয়, ‘মই বিষয়টোৰ উপযুক্ত তদন্ত বিচাৰো। যদি পুনৰ এনেধৰণৰ ঘটনা ঘটে তেন্তে কোনে দায়িত্ব ল’ব? এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতে একেধৰণৰ ঘটনাত এগৰাকী ছাত্ৰীৰো মৃত্যু ঘটিছিল।‘

ইপিনে, বিদ্যালয় কৰ্তৃপক্ষ আৰু তিতাবৰ মহকুমা প্ৰশাসনে চৌহদত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd