• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PSO ৰ বন্দুক কাঢ়ি গাঁওবাসীলৈ গুলী বিজেপি নেতাৰ : ডিমা হাচাওত চাঞ্চল্যকৰ ঘটনা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 2, 2024 8:45 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতাৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। PSO ৰ বন্দুক কাঢ়ি বিজেপিৰ EM এ গুলীয়ালে গাওঁবাসীক! সভাই সভাই খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ লানি নিচিঙা ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে। মিছন বসুন্ধৰাৰে খিলঞ্জীয়াক ভূমি অধিকাৰ দিয়াৰ আস্ফালন মুখ্যমন্ত্ৰীৰ! ইয়াৰ বিপৰীতে নিজ দলৰ দলীয় নেতাই ওলোটাই উঠি পৰি লাগিছে খিলঞ্জীয়াক নিজ ভূমিৰ পৰা উচ্ছেদ কৰিবলৈ। ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লোচাৰ দৌৰত্মত অতিষ্ঠ হৈ পৰিছে ডিমাহাচাওৰ জনতা।

বহিৰাগত কোম্পানীক ৰঙা দলিছা পাৰি ভয় ভাবুকিৰে স্থানীয় ৰাইজক ভূমিহীন কৰাৰ অপচেষ্টা দেৱলাল বাহিনীৰ। ডিমা হাছাওৰ উমৰাংচুত চিমেণ্ট কাৰখানা স্থাপনৰ বাবে আদানীক পাৰি দিছে ৰঙা দলিচা। বিমানবন্দৰৰ পিছত এইবাৰ ৯০০০ বিঘা মাটি দিবলৈ ওলাইছে চৰকাৰে। উমৰাংছ’ৰ ৯০০০ বিঘা মাটি আদানীক দিব অসম চৰকাৰ।

Apply Now

বিজেপি নেতা মনজিৎ নাইদিঙৰ গুণ্ডাগিৰীৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগীৰ। ডিমহাচাওৰ হাফলংত সংগঠিত হৈছে এক ভয়ংকৰ ঘটনা।অভিযোগ অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য তথা বিজেপি নেতা মনজিৎ নাইদিঙে PSO ৰ বন্দুক কাঢ়ি গুলিয়ালে গাঁওবাসীক।

এইখন হৈছে ডিমাহাছাও স্বায়ত্ব শাসিত পৰিষদৰ EM তথা BJP নেতা মনজিৎ নাইডিঙৰ বিৰুদ্ধে এখন গাঁওৰ ৰাইজে দাখিল কৰা এজাহাৰ। অভিযোগ অতি গুৰুতৰ। এজাহাৰ অনুসৰি BJPৰ EM গৰাকীয়ে এক্সাভেটৰ লৈ এখন গাঁৱত প্ৰৱেশ কৰি অবৈধ ভাৱে মাটি দখলৰ চেষ্টা চলাইছিল । অভিযোগ অনুসৰি উক্ত গাঁওৰ মাটি খিনি কোনো বহিৰাগত কোম্পানীক গটোৱাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে প্ৰতিবাদত EM নাইডিঙক বাধা দিবলৈ ওলাই আহিছিল স্থানীয় ৰাইজ। ৰাইজৰ বাধাক প্ৰতিহত কৰিবলৈ BJP নেতা তথা EM গৰাকীয়ে নিজৰ PSOৰ বন্দুক লৈ গুলিচালনা কৰে। কেৱল সিমানেই নহয় নাইডিঙে লৈ যায় গাঁওবাসীৰ মোবাইলৰ লগতে বহুকেইটা নথিপত্ৰও।

এই ঘটনাৰ বিৰুদ্ধে ৰাইজে ৩১ অক্টোবৰৰ দিনা জিলা খনৰ আৰক্ষী অধীক্ষক এইখন এজাহাৰ দাখিল কৰিছে। বিজেপি নেতা মনজিৎ নাইডিঙক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

এতিয়া প্ৰশ্ন হয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ সময়তেই স্বয়ং বিজেপিৰে এগৰাকী জনপ্ৰতিনিধিৰ এই কাৰ্য্যৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজক ন্যায় দিব পাৰিবনে? দেৱলাল বাহিনীৰ এই দৌৰত্মক নাকি লগাই ডিমাহাছাওৰ খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিব পাৰিবনে মুখ্যমন্ত্ৰীয়ে? আৰক্ষী প্ৰশাসনে এই গৰাকী EM ৰ বিৰুদ্ধে গোচৰ ৰুজো কৰি দাদাগীৰি আৰু দম্ভালিক নাকি লগাব পাৰে নে নোৱাৰে সেইয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd