• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , November 1, 2019 11:49 am

2 min read

Image_1572585158042~2

শুকুৰবাৰে পুৱা কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয়{ ফটো : নৰ্থইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১২ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছত শুকুৰবাৰে পুৱা কাজিৰঙাৰ পূব দুৱাৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷

এই উপলক্ষে অগৰাতলিৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰৰ উপস্থিতিত ফিটা কাটি বনাঞ্চলৰ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে বনাঞ্চলটোৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া ক্ৰমে ধৰণী বৰা, চেলিম আহমেদ, কৃষ্ণকান্ত দেউৰী আৰু বৰ্তমানৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা। নাৰিকল ভাঙে ফৰাছী দেশৰ দুগৰাকী পৰ্যটকে।

গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া ,কাজিৰঙাৰ ডি এফ অ’ ৰমেশ গগৈ, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, উপ বন সংৰক্ষক বাৰ্মা, ডেকাৰজাৰ উপৰিও অগৰাতলি জীপ চাফাৰী সন্থাৰ সমুহ সদস্য, স্থানীয় লোকৰ উপৰিও ১০ জনকৈ বিদেশী পৰ্যটক উপস্থিত থাকে ৷

উল্লেখ্য যে শুকুৰবাৰে পুৱাতে কাজিৰঙাৰ কহঁৰা আৰু বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে হাতীৰ বিশেষ সেৱা মুকলি কৰা হয়৷

মন কৰিব লগীয়া যে বান বিধস্ত ৰাষ্ট্ৰীয় উদ্যানৰ পথ মেৰামতিৰ কাম সম্প্ৰতি চলি থকাৰ বাবে পৰ্যটকৰ বাবে এতিয়াও বহু অঞ্চলৰ পথ মুকলি কৰিব পৰা নাই ৷

বৰ্তমান অগৰাতলিৰ ৰঙামটীয়া বন শিৱিৰলৈকেহে পৰ্যটক যাব পৰা হৈছে বুলি সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে জনায় ৷

দ্বাৰ মুকলিৰ পাচতেই শুকুৰবাৰে পুৱা ১০ গৰাকী বিদেশী পৰ্যটকে জীপেৰে অগৰাতলি বনাঞ্চল পৰিদৰ্শন কৰে ৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd