• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্যাগৰ স্বীকৃতি!, পুৰণিগুদাম বিদ্যা নিকেতনৰ শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 8, 2019 7:44 pm
Public felicitations for teachers, employees of Puranigudam Bidya Niketan

পুৰণিগুদাম বিদ্যা নিকেতনৰ সম্বৰ্ধনা অনুষ্ঠানৰ দৃশ্য। ছবি-- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন স্থানত কৃতিমান ছাত্ৰ-ছাত্ৰীক অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাই আহিছে যদিও শিক্ষক-শিক্ষয়িত্ৰীসকলক অতি কম সংখ্যকেহে আদৰণি জনাই আহিছে। এই ক্ষেত্ৰত পুৰণিগুদামৰ আগশাৰীৰ সংগঠন কিছুমানে সফলতাৰ উচ্চ শিখৰত থকা পুৰণিগুদাম বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক শনিবাৰে গামোচা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনাই এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিদ্যালয়খন আৰু আগবাঢ়ি যোৱাত অৰিহণা যোগায়।

এই বিদ্যালয়খনৰ পৰা ২০০৭ চনত পোনপ্ৰথমবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে সফলতা লাভ কৰাৰ পিছৰে পৰা এই বৰ্ষলৈকে এশ শতাংশ উত্তীৰ্ণৰে এই ধাৰা অব্যাহত ৰখাৰ লগতে এইবাৰ বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰই অসমৰ ভিতৰতে সপ্তম আৰু দশম স্থান লাভ কৰি বিদ্যালয়খনৰ এই সফলতাৰ দিশটো আৰু অধিক সফল কৰি তুলিবলৈ সক্ষম হয়।

Apply Now

এই সফলতাৰ দিশত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ লগতে পৰিচালনা সমিতিয়ে কৰি অহা ত্যাগৰ স্বীকৃতিস্বৰূপে পুৰণিগুদামৰ সংগঠনসমূহে তেওঁলোক সম্বৰ্ধনা জনায়।

পুৰণিগুদামৰ আগশাৰীৰ সংগঠনসমূহৰ অন্যতম অনিৰ্বাণ গোষ্ঠী, অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখা, জালজৰি সন্মিলিত যুৱ মঞ্চ, পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা, বিদ্যা নিকেতন পৰিচালনা সমিতি, বিদ্যা নিকেতন অভিভাৱক মঞ্চ আদিৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়।

পুৰণিগুদাম বিদ্যা নিকেতন প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা “বিদ্যা নিকেতন পুৰণিগুদামৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৃতিমানলৈ অভিনন্দন” শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰে বসন্ত কৌশিক ভাগৱতীয়ে।

দেৱজিৎ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ কমল শইকীয়াই কয় এই বিদ্যালয়খনে কেৱল বৌদ্ধিক আন্দোলন নহয়, সামাজিক আন্দোলন গঢ়ি তুলিছে।

সভাত আন এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী পুলিন হাজৰিকাই ভাষণ প্ৰসংগত বিদ্যালয়ৰ সফলতাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীসকল, বিদ্যালয় পৰিচালনা সমিতিৰ চেষ্টাৰ শলাগ লয়।

অভিনন্দন সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ ভূঞা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জিনু বৰা, ৰেক্টৰ ৰোহিনী ভূঞা, সমাজকৰ্মী, শিক্ষাবিদ কমল শইকীয়া, পুলিন হাজৰিকা, সমাজকৰ্মী প্ৰফুল্ল শইকীয়া, জগমোহন শৰ্মাৰ লগতে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে পৰিচালনা সমিতি আৰু অভিভাৱক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলক উৎসাহিত কৰে।

১৯৯৬ চনৰ ১জানুৱাৰিত “অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত” পুৰণিগুদামত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় পুৰণিগুদাম বিদ্যা নিকেতনে আৰম্ভণিৰে পৰা শিক্ষাৰ লগতে অসমীয়া ভাষা, সংস্কৃতি, ক্ৰীড়া আদি দিশৰ উত্তৰণত অভূতপূৰ্ব বৰঙনি আগবঢ়াই আহিছে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd