• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ প্ৰসংগ লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এগৰাকী আবেদনকাৰী?

বিভিন্ন ত্ৰুতি-আঁসোৱাহ উদঘাটনৰে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 4, 2020 12:55 pm

2 min read

GUWAHATI_SMART_CITY_MAKEOVER_MISSION

প্ৰতিনিধিত্বমূলক ফটো।

346
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৰূপায়িত এখন আঁচনিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াইছে।

বিভিন্ন ত্ৰুতি-আঁসোৱাহ উদঘাটনৰে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে চৈয়দ আব্দুল্লাহ আল আমানে।

গুৱাহাটী স্মাৰ্ট চিটি আঁচনিৰ অধীনত মহানগৰীত ৰূপায়িত হ’বলগীয়া “System Integrator for Implementation of Integrated Command and Control Centre, ITMS and City Surveillance System ৰ বাবে ই-টেণ্ডাৰযোগে বিচৰা নিবিদাৰ প্র-পত্ৰ ও বিৱৰণীত বিভিন্ন ত্ৰুটি তথা আঁসোৱাহ সন্নিবিষ্ট হোৱাৰ তথ্য পোহৰলৈ অহাত উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় আমান।

৪২/২০২০ যোগে দিয়া এই আবেদনৰ জৰিয়তে আবেদনকাৰীয়ে উক্ত নিবিদাত সন্নিবিষ্ট জনস্বাৰ্থ বিঘ্নিত হ’ব পৰা কিছু দিশ যেনে বানপানী সমস্যা বা ভূমিৰ গুণগত মানদণ্ড পৰ্য্যালোচনা নোহোৱা আদিৰ বিষয়ে বিশদ বিৱৰণ ও ইয়াৰ ফলত সৃষ্টি হ’ব পৰা ক্ষতি সম্পৰ্কে বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায়।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি আবেদনকাৰীয়ে লগতে আশা প্ৰকাশ কৰি কয়, ‘ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে আবেদনখন অতি জৰুৰী বিবেচনা কৰি ন্যায়ালয়ৰ পঞ্জীয়কক শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিব।‘

আবেদনকাৰী আমানৰ মতে ‘খৰতকীয়াকৈ ই-টেণ্ডাৰযোগে নিবিদা আহ্বান কৰাৰ অন্তৰালত কোনো বিশেষ ঠিকাদাৰক লাভাম্বিত কৰাৰ মানসিকতাই ক্ৰিয়া কৰিছে।‘

‘৪০০ কোটি টকাৰ বৃহৎ পৰিমাণৰ পুঁজি আবন্টন পোৱাৰ পাছতো কাৰ্য্য ৰূপায়ণৰ গতি অধিক মন্থৰ হোৱাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্য্য প্ৰণালী সংশোধন ও উন্নীতকৰণৰ বাবে পূৰ্বতেও নিৰ্দেশনা জাৰি কৰিছিল,‘-আমানে এইদৰে কয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd