DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত নিয়ম উলংঘাকাৰী স্কুটি আৰোহী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 14, 2020 9:03 pm
763
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী। যান-বাহন আৰক্ষীয়ে প্ৰতিদিনে চলাচল কৰা বাহন সমূহ পৰীক্ষা কৰি আহিছে।

আজি গুৱাহাটী মহানগৰীৰ কামৰূপ একাডেমীৰ কাষত লতাশিল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যাৱহাৰ কৰে এগৰাকী স্কুটি আৰোহীয়ে।

চাফিক খান নামৰ এজন যুৱকে হেলমেত নিপিন্ধাকৈ অহা বাবে আৰক্ষীয়ে ৰখোৱাৰ পিছতে লতাশিল থানাৰ ট্ৰেফিক কনিষ্টবল ৰাজু কৌৰিৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়।

তৰ্ক যুদ্ধৰ সময়তে নিজকে উকীল হিচাপে পৰিছয় দিয়া লোকজনে সমগ্ৰ ঘটনা মোবাইলেৰে ৰেকৰ্ডিং কৰি আৰক্ষীক যান-বাহনৰ নিয়মৰ জ্ঞান দিয়া পৰিলক্ষিত হয়।

লোক জনৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে এগৰাকী ডাক্তৰক হেলমেট নিপিন্ধাকৈ যাবলৈ দিছিল সেয়েহে তেওঁ তৰ্ক যুদ্ধত লিপ্ত হয় আৰক্ষীৰ সৈতে।

হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱাৰ বাবে ইতিমধ্যে লতাশিল থানাৰ যান-বাহন আৰক্ষীয়ে যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd