• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰাইদেউৰ লাংকুৰি দেওশালত তাই ৰীতি-নীতিৰে পূজা অৰ্চনা

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 11, 2022 7:30 pm
127
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউৰ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ দশেৰা প্ৰস্তুতৰ প্ৰাকমুহূৰ্তত লাংকুৰি দেওশালত তাই ৰীতি-নীতিৰে পূজা অৰ্চনা। পূজাত অংশগ্ৰহণ কৰে ৰাজ্যৰ বহুকেইকেইজন বুৰঞ্জীবিদ, টাই পণ্ডিত,উপস্থিত প্ৰত্নতত্ত্ব সঞ্চালকৰ বিষয়ববীয়াই।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউ মৈডামক্ষেত্ৰই স্থান পোৱাৰ উদেশ্যে চৰাইদেউৰ লাংকুৰী দেওশালত আজি টাই ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়।

লাংকুৰী দেউশালত প্ৰথমে টাই আহোম ৰীতিনীতিৰে লাংকুৰী পূজা পতাৰ পিছতে লাংকুৰী দল প্ৰাংগনত জাচিংফা পূজা সমাপন কৰে টাই পুৰোহিত সকলে৷

উক্ত পূজাতে চৰাইদেউ মৈডাম ক্ষেত্ৰৰ দশেৰা প্ৰস্তুত কৰা প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন’ৰিয়ালৰ সুস্বাস্থ্য কামনা কৰে ৷

চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত হিচাপে স্থান দিয়াৰ উদেশ্যে পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনৰ উদ্যোগত আয়োজন কৰা পূজাত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপীৰেখা কুলি, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন’ৰিয়াল , দয়ানন্দ বৰগোহাঁই, কমল জ্যোতি গগৈ, প্ৰণৱ কুমাৰ গগৈৰ লগতে বহুকেইজন নেতৃস্থানীয় ব্যক্তি৷

উল্লেখযোগ্য যে চৰাইদেউ মৈডাম ক্ষেত্ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ২৫ কোটি টকাৰ অনুদান আগবঢ়াইছে৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd