• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাকিস্তানে যোগ্য প্ৰত্যুত্তৰ পাব, আমি উৎসাহিত হৈছো: ৰঞ্জিত দাস

কাশ্মীৰৰ পুলৱামাত জে’শ্ব ই মহম্মদৰ আত্মঘাতী আক্ৰমণ সন্দৰ্ভত অসম বিজেপিৰ সভাপতিজনৰ প্ৰতিক্ৰিয়া।

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 15, 2019 10:17 pm

1 min read

Pulwama attack: Pakistan will get due reply, says Assam BJP Prez

ৰাজ্যিক কাৰ্য্যালয়ত চহিদলৈ শ্ৰদ্ধাঞ্জলি বিজেপি সভাপতি ৰঞ্জিত দাসৰ। ছবি- ইউ বি।

962
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ পুলৱামাত জে’শ্ব ই মহম্মদৰ আত্মঘাতী আক্ৰমণে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে “আমাক উৎসাহিত কৰিছে”, মন্তব্য অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

দাসে কয়, পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠনটোৰ আক্ৰমণে ভাৰতক “চাৰ্জিকেল ষ্ট্ৰাইক”ৰ বাবে আমন্ত্ৰণ জনালে।

“ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানে পাব, আমি উৎসাহিত হৈছো। পাকিস্তানে চাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে ভাৰতক আমন্ত্ৰণ জনালে বুলি আমি অনুভৱ কৰিছো,” দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্য্যালয়ত বিস্ফোৰণটোৰ চহিদসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শুকুৰবাৰে মন্তব্য দাসৰ।

লগতে পঢ়ক– সবিশেষ|| অসম অভিমুখে চহিদ মনেশ্বৰ বসুমতাৰীৰ দেহৰ অৱশেষ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ উল্লেখেৰে বিজেপি সভাপতিজনে লগতে কয় যে চহিদৰ আত্মত্যাগৰ মূল্য অথলে যাবলৈ দিয়া নহ’ব।

দাসে লগতে জনায় আক্ৰমণটোত নিহত অসমৰ মনেশ্বৰ বসুমতাৰীৰ অন্তেষ্টিক্ৰিয়াত চহিদজনক শ্ৰদ্ধা জনাবলৈ উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা।  তামুলপুৰত অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰীও উপস্থিত থাকিব।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰতে প্ৰথমে চহিদ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলিও দাসে সদৰী কৰে।

বসুমতাৰীৰ পৰিয়াললৈ ইতিমধ্যে ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd