• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত নাৰী এতিয়াও পণ্য! ঋণ শোধাব নোৱাৰিলে স্বামীয়ে; ঋণদাতাৰ যৌন লালসাৰ বলি হ’ল পত্নী! গ্ৰেপ্তাৰ অভিযুক্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 27, 2023 4:02 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত তিনিমাহ ধৰি চলি থকা হিংসাত যৌন হিংসাৰ বলি হৈছে মহিলা। দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। সংসদত অচলাৱস্থা। তাৰমাজতে মহাৰাষ্ট্ৰৰ পৰা আহিছে মহিলাৰ ওপৰত যৌন হিংসাৰ আন এক চাঞ্চল্যকৰ খবৰ।

অভিযোগ অতি গুৰুতৰ। স্বামীয়ে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্নীয়ে ভৰিব লগা হৈছে ইয়াৰ মূল্য। ঋণদাতাৰ যৌন কামনাৰ বলি হৈছে তেওঁ। এই জঘণ্য ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। এই ঘটনা যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল, শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। ইয়াৰ পিছতে অভিযুক্ত ঋণদাতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: বাপৰে বাপ! মোডী-যোগীৰ আধাৰৰ তথ্য সলনি যুৱকৰ; গ্ৰেপ্তাৰ অভিযুক্ত

Apply Now

মহাৰাষ্ট্ৰ আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিজনে এজন ঋণদাতাৰ পৰা কিছু টকা ধাৰলৈ লৈছিল। সেই টকা তেওঁ সময়মতে উভতাই দিব নোৱাৰিলে। পিছত ঋণৰ ধন সংগ্ৰহৰ বাবে ঋণদাতাই তেওঁলোকৰ ঘৰত অভিযান চলায়।

ব্যক্তিজনে কয় যে এই মুহূৰ্তত তেওঁৰ হাতত ঋণ পৰিশোধ কৰিবলৈ ধন নাই। তেওঁ আৰু কিছু সময় বিচাৰে। কিন্তু, ৪৭ বছৰীয়া ঋণদাতাই তেওঁৰ অনুৰোধ মানি ল’ব বিচৰা নাছিল। অভিযোগ অনুসৰি তেওঁ ব্যক্তিজনক চোকা দাৰে হত্যা কৰাৰ ভাবুকি দিছিল। তেনেতে, আদবয়সীয়া ঋণদাতাৰ চকু পৰিল ঘৈণীয়েকৰ ওপৰত।

ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্নীক গতাই দিবলৈ দাবী জনায় ঋণদাতাই। তাৰ পিছত মহাজনে স্বামীৰ সন্মুখতে চোকা অস্ত্ৰ দেখুৱাই পত্নীক ধৰ্ষণ কৰে। কেৱল সেয়াই নহয়, মোবাইল ফোনৰ কেমেৰাতো সেই অপকৰ্মৰ ভিডিঅ’ ৰেকৰ্ড কৰে। পিছত তেওঁ ভিডিঅ’ ক্লিপটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো পোষ্ট কৰে।

লগতে পঢ়ক: নগৰবেৰাত গ্ৰেপ্তাৰ DIG বিবেকৰাজ সিঙৰ মোবাইল কাঢ়ি নিয়া অভিযুক্ত

অৱশ্যে সেইটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাত সহায় কৰিছিল। সেই ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঋণদাতাক। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd