• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

কৃষকৰ এই আন্দোলন বন্ধ কৰিবলৈ দিল্লী আৰক্ষীও সাজু হৈছে। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন অঞ্চলত বেৰিকেড লগোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2026 8:38 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত দ্বিপাক্ষিক চুক্তিৰ প্ৰতিবাদত দেশ বাচাও মৰ্চাই মহাপঞ্চায়তৰ আহ্বান জনাইছে। মঙলবাৰে দিল্লীৰ কিষাণ ঘাটত অনুষ্ঠিত হ’ব মহাপঞ্চায়ত। ইয়াত যোগদান কৰিবলৈ ইতিমধ্যে পঞ্জাৱৰ পৰা হাজাৰ হাজাৰ কৃষক ৰাওনা হৈছে। এই কাৰ্যসূচীত সমগ্ৰ দেশৰ পৰা প্ৰায় ৫৫০ টা কৃষক আৰু বিভিন্ন সামাজিক সংগঠনে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে দাবী কৰিছে।

দিল্লীলৈ যোৱাৰ পূৰ্বে পঞ্জাৱ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ নেতা জাৰ্মানজিৎ সিং বান্দালাই বিয়াছত সাংবাদিকক সম্বোধন কৰি কয় যে যদিহে এই প্ৰস্তাৱিত বাণিজ্যিক চুক্তি কাৰ্যকৰী হয় তেন্তে দেশৰ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ জনতাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।

Apply Now

তেওঁ অভিযোগ কৰে যে, “আমেৰিকাৰ কৃষক আৰু বৃহৎ কোম্পানীসমূহৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই চুক্তি কৰা হৈছে। ভাৰতৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ কথা ইয়াত ভবা হোৱা নাই।”

বান্দালাই দাবী কৰে যে আমেৰিকাত হাজাৰ হাজাৰ একৰ মাটিত খেতি কৰা হয়। কৃষকসকলে লাভ কৰে বৃহৎ চৰকাৰী ৰাজসাহায্য। কিন্তু ভাৰতৰ অধিকাংশ কৃষকৰ মাটিকালি মাত্ৰ দুইৰ পৰা আঢ়ৈ একৰ। ইয়াৰ তুলনাত চৰকাৰী সাহায্যও বহু কম। তেওঁৰ আশংকা, ‘এই চুক্তিৰ ফলস্বৰূপে আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী কম মূল্যত ভাৰতত প্ৰৱেশ কৰিব। ফলত ভাৰতীয় কৃষকৰ বাবে প্ৰতিযোগিতাত জীয়াই থকাটো কঠিন হৈ পৰিব।’

বান্দালাই কৃষি খণ্ডক বিদেশী প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ অভিযোগ, ‘আমেৰিকাৰ হেঁচাত কেন্দ্ৰীয় চৰকাৰক এই চুক্তি কৰিবলৈ বাধ্য কৰা হৈছে।’ তেওঁৰ মতে, ‘ইয়াৰ প্ৰভাৱ কেৱল কৃষি খণ্ডতে সীমাবদ্ধ নাথাকিব, ইয়াৰ নেতিবাচক প্ৰভাৱ ক্ষুদ্ৰ ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ ওপৰতো পৰিব।’ তেওঁ কয় যে কেৱল পঞ্জাৱৰ পৰাই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও কৃষকসকলে এই মহাপঞ্চায়তত যোগদান কৰিব।

অৱশ্যে কৃষকৰ এই আন্দোলন বন্ধ কৰিবলৈ দিল্লী আৰক্ষীও সাজু হৈছে। ইতিমধ্যে ৰাজধানীৰ বিভিন্ন অঞ্চলত বেৰিকেড লগোৱা হৈছে। বান্দালাই কয় যে প্ৰশাসনে যদি তেওঁলোকক দিল্লীত প্ৰৱেশ কৰাত বাধা দিয়ে, তেন্তে কৃষকসকলে য’তেই বাধা দিয়া হ’ব তাতেই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব। ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্যিক চুক্তি বাতিল নকৰিলে বৃহৎ আন্দোলনৰ কথাও তেওঁ সকীয়াই দিয়ে। আমাৰ দাবী পূৰণ নোহোৱালৈকে যুঁজখন অব্যাহত থাকিব বুলিও কয় বান্দালাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd