• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন প্ৰেমিকাৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ গোপন সম্পৰ্কৰ তথ্য ফাদিল!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 9, 2020 11:11 am

1 min read

putin-Alina
985
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তেওঁৰ ব্যক্তিগত জীৱন কেতিয়াও ৰাজহুৱা কৰিবলৈ নিবিচাৰে। কিন্তু ফুল ফুলিলেতো গোন্ধ ওলাবই।

যোৱা বছৰ জুনত বান্ধৱী এলিনা কাবায়েভাই দুটি যমজ সন্তানৰ মাতৃ হোৱাৰ খৱৰ ওলাইছিল।

বাতৰি অনুসৰি, সেই তেতিয়াৰে পৰাই বান্ধৱীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছে পুটিনে।

তেওঁৰ প্ৰাক্তন প্ৰেমিকা বান্ধৱী ৰাছিয়াৰ এগৰাকী শ্ৰেষ্ঠ জিমনাষ্ট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ।

যোৱা বছৰ জুন মাহত এখন বিশেষ ক্লিনিকত এলিনাই যমজ সন্তানৰ মাতৃ হোৱাৰ খৱৰ আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

তেতিয়াৰে পৰা বিবাহপাশত আৱদ্ধ নহ’লেও এলিনাৰ সৈতে  পুটিনে নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ কথা পোহৰলৈ আহিছে।

পুটিনৰ ৩৭বছৰীয়া এই বান্ধৱীগৰাকীক ২০১৮ৰ পৰা ৰাজহুৱা স্থানত দেখা যোৱা নাই। মাত্ৰ দুমাহৰ অন্ত:সত্ত্বা থকাৰ সময়তে এলিনাই তেওঁৰ সন্তানৰ পিতৃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন বুলি ঘোষণা কৰিছিল।

কিন্তু তেওঁলোকৰ যমজ সন্তানৰ খৱৰ দেশখনৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত তাক প্ৰত্যাহাৰো কৰা হয়।

স্থানীয় সংবাদ মাধ্যমে অৱশ্যে তেওঁলোকৰ যোগাযোগৰ গোপন পৰিক্ৰমাৰ সম্ভেদ দিবলৈ পাহৰা নাই।

দুয়োজনৰে সমাজৰ পৰা নিজকে ইচ্ছাকৃতভাৱে লুকাই ৰখাৰ সিদ্ধান্তক অৱশ্যে সন্মান জনাইছে তেওঁলোকৰ বন্ধু তথা অনুৰাগীসকলে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd