• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 12:09 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰ্থাৎ ১৯ জুনত প্ৰকাশ পালে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং-২০২৬। এই তালিকাত ১০০খনতকৈও অধিক দেশৰ ১৫০০ৰো অধিক বিশ্ববিদ্যালয়ক স্তাহ্ন প্ৰদান কৰা হৈছে, যিয়ে বিশ্বৰ উচ্চ শিক্ষাৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে।  কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং-২০২৬ তালিকাত আমেৰিকা শীৰ্ষত থকাৰ বিপৰীতে এছিয়া আৰু ইউৰোপৰ বিশ্ববিদ্যালয়সমূহেও  অগ্ৰগতি লাভ কৰিছে।

এই তালিকাত চীনৰ বিশ্ববিদ্যালয়সমূহৰ উত্থান দেখিবলৈ পোৱা গ’ল। গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে চীনৰ বিশ্ববিদ্যালয়সমূহে এই ৰেংকিঙত অগ্ৰগতি লাভকৰিছে কৰিছে। পিকিং বিশ্ববিদ্যালয়ে ১৪ নম্বৰ স্থানত, চিংহুয়া বিশ্ববিদ্যালয়ে এটা স্থান বৃদ্ধি পাই ১৭ নম্বৰত, আৰু ফুডান বিশ্ববিদ্যালয়ে ৯ স্থান বৃদ্ধি পাই ৩০ নম্বৰ স্থান লাভ কৰিলে, যিটো এটা ডাঙৰ কৃতিত্ব।

Apply Now

এই তালিকাৰ প্ৰথম স্থানত আছে এএম আই টি। শীৰ্ষ দহটা স্থানত আধিপত্য বিস্তাৰ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে। একেৰাহে ১৪ বৰ্ষৰ বাবে বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে নিৰ্বাচিত হৈছে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি। ইম্পেৰিয়েল কলেজ লণ্ডন (ইউ কে) দ্বিতীয় স্থানত থকাৰ বিপৰীতে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি (আমেৰিকা) ষষ্ঠৰ পৰা তৃতীয় স্থানলৈ উন্নীত হৈছে। আন শীৰ্ষ ১০খন বিশ্ববিদ্যালয়ৰ ভিতৰত আছে ইউনিভাৰ্চিটি অৱ অক্সফৰ্ড (ইউ কে), হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি (আমেৰিকা), ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজ (ইউ কে), ই টি এইচ জুৰিখ (ছুইজাৰলেণ্ড), নেচনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ (এন ইউ এছ), ইউনিভাৰ্চিটি কলেজ লণ্ডন (ইউচিএল, ইউ কে) আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজি (কেলটেক, আমেৰিকা)। এই তালিকাত আমেৰিকাত সৰ্বাধিক বিশ্ববিদ্যালয় আছে, ১৯২ খন প্ৰতিষ্ঠান আছে, ইয়াৰে বহুতৰে ৰেংকিং উন্নত হৈছে।

একেদৰে এই তালিকাত  ইউৰোপৰো শিক্ষা প্ৰতিস্থানৰ উত্থান ঘটিছে। ইটালীয়ে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছে। শেহতীয়াকৈ জাৰ্মান বিশ্ববিদ্যালয়সমূহও এই তালিকাত স্থান উন্নিত হৈছে, ইটালীত পলিটেকনিকো ডি মিলানোৱে ৯৮ নম্বৰ স্থানত বিশ্বৰ শীৰ্ষ ১০০ ৰ ভিতৰত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে।

ইফালে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৬ত ভাৰতে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতে আমেৰিকা, ব্ৰিটেইন আৰু চীনৰ পিছত বিশ্বজুৰি চতুৰ্থ সৰ্বাধিক প্ৰতিনিধিত্বমূলক দেশ হিচাপে পৰিগণিত হৈছে। আই আই টি দিল্লীয়ে ১৫০ নম্বৰ স্থানৰ পৰা ১২৩ নম্বৰ স্থানলৈ অগ্ৰগতি লাভ কৰে।

২০২৬ চনৰ QS ৰেংকিঙৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয়-

  • মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) – আমেৰিকা
  • ইম্পেৰিয়েল কলেজ লণ্ডন – ইউ কে
  • ষ্টেনফৰ্ড বিশ্ববিদ্যালয় – আমেৰিকা
  • অক্সফৰ্ড বিশ্ববিদ্যালয় – ব্ৰিটেইন
  • হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় – আমেৰিকা
  • কেম্ব্ৰিজ বিশ্ববিদ্যালয় – ব্ৰিটেইন
  • ইটিএইচ জুৰিখ – চুইজাৰলেণ্ড
  • ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন ইউ এছ) – ছিংগাপুৰ
  • ইউনিভাৰ্চিটি কলেজ লণ্ডন (ইউচিএল) – ব্ৰিটেইন
  • কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজি (কেলটেক) – আমেৰিকা

ৰেংকিঙৰ বাবে নতুন নিয়ম

২০২৬ চনৰ বাবে QS এ নিজৰ যোগ্যতাৰ নিয়ম সলনি কৰিছে। এছিয়া, ইউৰোপ, লেটিন আমেৰিকা আৰু আৰব অঞ্চলৰ দৰে অঞ্চলৰ বিশ্ববিদ্যালয়সমূহে এতিয়া কেৱল আঞ্চলিকভাৱে শীৰ্ষ ৫০% স্থানত থকাতকৈ বিশ্বৰ তালিকাত স্থান লাভ কৰিবলৈ নিজৰ আঞ্চলিক ৰেংকিঙত স্থান লাভ কৰিব লাগিব।

Tags: GlobalEducationHigherEducationIITDelhiIndiaEducationMITQSRankingsQSWUR2026TopUniversitiesUniversityRankingsWorldUniversities
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd