• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খালী ষ্টেডিয়ামৰ বাবে আই পি এলৰ গৌৰৱ কমি নাযায় : ভি ভি এছ লক্ষ্মণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 24, 2020 10:06 pm

1 min read

খালী ষ্টেডিয়ামৰ বাবে আই পি এলৰ গৌৰৱ কমি নাযায় : ভি ভি এছ লক্ষ্মণ
182
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে বিনা দৰ্শকেৰে অনুষ্ঠিত কৰিবলৈ লোৱা আই পি এলে ক্ৰিকেটৰ গৌৰৱ হ্ৰাস নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং মেণ্টৰ ভি ভি এছ লক্ষ্মণে।

ক’ৰ’নাৰ সংহাৰৰ বাবে বিশ্বৰ সবাটোকৈ বৃহৎ টি-২০ লীগখন ভাৰতৰ বিপৰীতে অহা ১৯ চেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ু এ ইৰ ডুবাই, আবু ধাবী আৰু শ্বাৰজাহত অনুষ্ঠিত হ’ব।

ছানৰাইজাৰ্ছ হায়দৰাবাদে মুকলি কৰা এটা ভিডিঅ’ত লক্ষ্মণে কয়, ‍‘মই সকলো ক্ৰীড়া প্ৰেমীককে আশ্বস্ত কৰিব বিচাৰিছো যে ষ্টেডিয়ামত দৰ্শকৰ অবিহনেও প্ৰতিযোগিতাখনৰ আনন্দ উপভোগ কৰিব পাৰিব’।

তেওঁ লগতে কয় যে বিনা দৰ্শকেৰে খেল চলিলে ক্ৰিকেটৰ মান কোনো গুণে কমি নাযায়।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আন প্ৰসংগ উল্লেখ কৰি কয়, ‍‘সম্ভৱত পিটছ কেইখন অলপ মন্থৰ গতিৰ হ’ব পাৰে যদিও আমি ইয়াৰ বাবে কিছু অপেক্ষা কৰিব লাগিব’।

উল্লেখ্য যে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ভাৰতীয় খেলুৱৈসকল দেওবাৰে ডুবাইত উপস্থিত হ’ব।

Recent News

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd