• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশ্ন কাকত ফাদিল: টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ বিভিন্ন সংগঠনৰ

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , September 24, 2020 6:34 pm

1 min read

Screenshot_2020-09-24-17-28-05_1
134
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ  উপ পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আজি বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাৰ সহযোগত আজি বিয়লি টীয়কত প্ৰতিবাদ সাব্যস্ত কৰে ।

জাতি মাটিৰ ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰে আটাইকেইটা দল সংগঠনে।

লগতে অতি সোনকালে নিবনুৱাক দিয়া  প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰিবলৈ দাবী  জনায় অন্যথা ইয়াৰ প্ৰতিফল অহা বিধানসভা নিৰ্বাচনত নিশ্চয় অসমৰ ৰাইজে দিব বুলি হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য নিবনুৱাৰ জীৱনকলৈ হেতালি খেলা একাংশ লোক এতিয়া বিজেপি দলৰে নেতা বুলি প্ৰচাৰ হোৱাৰ কথাই বহুতকে উত্তেজিত কৰি তুলিছে।

অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত বিজেপিৰ নেতা-কৰ্মী জৰিত থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কথা দিছে।

আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি ব্যৱস্থা লৈছে তাত আমি সন্তোষ প্ৰকাশ কৰিছো। আৰক্ষী তথা গৃহ বিভাগক আহ্বান জনাইছো যিসকল এই প্ৰশ্নকাকত ফাদিলৰ সৈতে জৰিত সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, এই কাৰ্যত কোনোবা যদি বিজেপিৰ কাৰ্য্যকৰ্তা জৰিত থাকে তেওঁকহে প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd