• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুৰাটত নীৰৱ মোডীৰ সংস্থাত অগ্নিকাণ্ড! দুৰ্ঘটনা নে প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা? উত্থাপন হৈছে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 7:56 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুৰাটৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ ফায়াৰ ষ্টাৰ ডাইমণ্ড ইউনিটত অগ্নিকাণ্ড সংঘটিত গৈছে। এই ইউনিটটো পলাতক নীৰৱ মোডীৰ সৈতে জড়িত। দুদিন ধৰি ঘটা এই অগ্নিকাণ্ডৰ ঘটনাই সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছে। বহুতে সন্দেহ কৰে যে এই ঘটনাটো কেৱল এক দুৰ্ঘটনা নে ইয়াৰ আঁৰত প্ৰমাণ ধ্বংস কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা আছে।

বৃহস্পতিবাৰে নিশা ফায়াৰ ষ্টাৰ ডাইমণ্ডৰ তলৰ মহলাত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। বহু বছৰৰ আগতেই চুৰাটৰ শচীন পথত অৱস্থিত এই ঠাইখন বলবৎকাৰী সঞ্চালকালয়ে (ইডি) ছীল কৰি দিছিল। ঘটনাৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষীপ্ৰতাৰে অঞ্চলটোত উপস্থিত হয়। কিন্তু দুৰ্ঘটনাটোৰ এদিন পিছত অৰ্থাৎ শুকুৰবাৰে একে ঠাইতে পুনৰ অগ্নিকাণ্ড সংঘটিত হয়।

Apply Now

প্ৰায় ছয় ঘণ্টাৰ চেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় অগ্নিকাণ্ড। কিন্তু জনা গৈছে যে জুই নিয়ন্ত্ৰণ কৰাৰ আগতেই সকলো সম্পূৰ্ণৰূপে জ্বলি গৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে কয়, “ভিতৰৰ সকলো বস্তু ছাইলৈ পৰিণত হৈছে। এচি ইউনিট, কম্পিউটাৰ, আচবাব, ছেফ, মেচিন একো ৰক্ষা পৰা নাই। আনকি গুৰুত্বপূৰ্ণ নথি-পত্ৰও সম্পূৰ্ণৰূপে জ্বলি গৈছে।” অৱশ্যে এই ঘটনাত কোনো লোক আহত বা হতাহতৰ খবৰ পোৱা নাই।

বহু বছৰৰ আগতে ইডিয়ে ছীল কৰি দিছিল ফায়াৰ ষ্টাৰ ডাইমণ্ড। এই দোকানখনৰ বিদ্যুৎ সংযোগ, পানীৰ লাইন আৰু নলা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত বিদ্যুতৰ সংযোগ নথকা ঠাইত কেনেকৈ জুই লাগিব পাৰে সেই প্ৰশ্ন উত্থাপন হৈছে। একেৰাহে দুটাকৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সকলোৰে মনত সন্দেহ বাঢ়িছে। ইয়াৰ উপৰিও সংস্থাটোৰ দুৱাৰ-খিৰিকী ভাঙি থকা বুলিও জনা গৈছে।

এজন বিষয়াই কয়, “এয়া মুকলি ঔদ্যোগিক অঞ্চল নহয়। ইয়াত প্ৰৱেশৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আছে।” তেওঁ লগতে কয় যে “যদি কোনোবাই ছীল কৰা অঞ্চলত প্ৰৱেশ কৰে, তেন্তে ই গুৰুতৰ নিৰাপত্তা ভংগৰ ইংগিত।”

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু সকলো নথি-পত্ৰ জ্বলি যোৱাৰ লগতে প্ৰৱেশদ্বাৰ ভাঙি থকাৰ কাৰণে সকলোৰে ধাৰণা যে ফায়াৰ ষ্টাৰ ডাইমণ্ডৰ জুই এতিয়া সাধাৰণ অগ্নিকাণ্ডৰ ঘটনা নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd