DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসৰ শুভেচ্ছা দিবলৈ দুদিন পাছতহে সাৰ পালে জি এম চিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2019 11:38 am
Dx-YPlTV4AAMngk-750x375

গুৱাহাটীৰ কাছাৰীত থকা ইয়াৰ কাৰ্যালয়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিএমচিৰ আয়ুক্ত মনালিছা গোস্বামীৰ লগতে বিভাগৰ বিষয়া-কৰ্মচাৰী। ফটো : টুইটাৰ

447
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে ৭০’তম গণৰাজ্য দিৱস উদযাপন হৈ যোৱাৰ দুদিন পাছত অৰ্থাৎ সোমবাৰেহে  মহানগৰীৰ নাগৰিকসকল গণৰাজ্য দিৱসৰ শুভেচ্ছা দিয়াৰ কথা মনত পৰিল গুৱাহাটী পৌৰ নিগমৰ।

উল্লেখযোগ্য যে দেশৰ অন্যান্য অংশৰ লগতে গুৱাহাটী পৌৰ নিগমেও শনিবাৰে  ৭০’ সংখ্যক গণৰাজ্য দিৱস পালন কৰে।

জি এম চিয়ে ইয়াৰ কাছাৰীৰ কাৰ্যালয়ত উদযাপন কৰা গণৰাজ্য দিৱসৰ কেইখনমান ফটো সংলগ্ন কৰি ইয়াৰ অ’ফিচিয়েল টুইটাৰ পেজত সোমবাৰে পুৱা ১০.৫৯ বজাত আপলোড কৰে। তাত লিখিছে: ‘’ গুৱাহাটী পৌৰ নিগমৰ সকলো বিষয়া-কৰ্মচাৰীৰ পালৰ পৰা আমি গণৰাজ্য দিৱসৰ শুবেচ্ছা জনালোঁ!‘’

জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কাছাৰীত থকা নিগমৰ কাৰ্যালয়ত নিগমৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

1233-250x300
জিএমচিৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱা টুইটাৰৰ বিলম্বিত টুইট।

অৱশ্যে,গুৱাহাটী পৌৰ নিগমৰ অফিচিয়েল ফেচবুক পেজত ২৬ জানুৱাৰিৰ গণৰাজ্য দিৱসৰ দিনাই টুইটাৰত প্ৰকাশ কৰা সেই একেই ফটো আপলোড কৰিছিল।

জি এম চিয়ে গণৰাজ্য দিৱস পালনৰ পাছতেই শনিবাৰে ১০.৪৮ বজাত উদযাপনৰ এই ছবি ফেচবুকত আপলোড কৰি লিখিছিল : ‘’গুৱাহাটী পৌৰ নিগমৰ সকলো বিষয়া-কৰ্মচাৰীৰ পালৰ পৰা আমি গণৰাজ্য দিৱসৰ শুবেচ্ছা জনালোঁ!‘’

দেখা যায় যে মহানগৰীখনক ‘পৰিস্কাৰ তথা সেউজ’ কৰি তোলাৰ বাবে অনলাইন অভিযান আৰম্ভ কৰা জিএমচিয়ে এতিয়াও প্ৰযুক্তিৰ সফল ব্যৱহাৰ শিকা নাই আৰু ইয়াৰ টুইটাৰ ব্যৱহাৰত সাৱধান নহয়।

ইয়াৰ মাজতে জিএমচিয়ে মহানগৰীৰৰ নাগৰিকসকলক তথা মহনগৰীলৈ অহা লোকসকলক স্বচ্ছতা এপ আপলোড কৰি গুগল শৌচাগাৰ নিৰ্দেশনাকাৰী (গুগল টয়লেট লোকেটৰ)ৰ সহায়ত নিকটৱৰ্তী ৰাজহুৱা শৌচাগাৰ বিচাৰি উলিওৱাৰ বাবে আহ্বান জনাইছে।

জিএমচিয়ে লগতে গুৱাহাটীৰ চৌপাশে থকা ৰাজবুৱা শৌচাগাৰৰ বিষয়ে অধিক জানিবৰ বাবে ৰাইজক তেওঁলোকৰ  পেজ অনুসৰণ কৰিবলৈ আহ্বান জনাই আহিছে।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd