• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ সৰৱ! জনজাতিসকলৰ বিৰুদ্ধে চৰকাৰে লোৱা সিদ্ধান্ত বাতিলৰ দাবী ৰাভা জাতীয় যুৱ পৰিষদৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
November 11, 2021 1:55 pm
Rabha Hasang

ফটো: নৰ্থইষ্ট নাও।

144
VIEWS
Share on FacebookShare on Twitter

শান্ত হোৱা নাই ৰাভা জনগোষ্ঠীয় সংগঠন সমূহ! চৰকাৰে জনজাতিসকলৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী এইবাৰ ৰাভা জাতীয় যুৱ পৰিষদৰ ৷ চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ৷

দুধনৈত আয়োজন কৰা এক সংবাদমেলত ৰাভা জাতীয় যুৱ পৰিষদে উল্লেখ কৰে যে, Forest Dwellars act-2006 মৰ্মে জনজাতি সকলৰ লগতে পৰম্পৰাগত বন নিবাসী সকলক সুদীৰ্ঘ ১৫ বছৰে ভূমি আৱন্টনৰ ব্যবস্থা নকৰি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি অ-জনজাতি লোক আৰু বণিক গোষ্ঠীক ভূমি আবন্টন, লীজ, আৰু হস্তান্তৰ কৰাৰ অগাধ ক্ষমতা গুৱাহাটী মহানগৰ আৰু গ্ৰাম্য জিলাৰ উপায়ুক্ত সকলক প্ৰদান কৰিব বিচৰা চৰকাৰী কেবিনেট বৈঠকৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ জনাইছোঁ ৷

দুধনৈ পৰিদৰ্শন ভৱন ভৱনৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত সগঠনটোৰ নেতাদ্বয় ক্ৰমে প্ৰফুল্ল ৰাভা আৰু প্ৰফুল্ল ৰংখই সংবাদ মাধ্যমক কয় যে, চৰকাৰৰ এই সিদ্ধান্তই জনজাতি লোকসকলৰ জাতীয় সত্বা, অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব৷

আনহাতে, ৰাভা হাছং পৰিষদখনলৈও এই সিদ্ধান্তই প্ৰবল ভাবুকি কঢ়িয়াই আনিব৷

সংগঠনটোৱে চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাই কয় যে যদিহে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়া ৰাভা জাতীয় যুৱ পৰিষদে হাত সাৱটি বহি নাথিকিব৷

জনজাতীয় লোক সকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৰাভা জাতীয় যুৱ পৰিষদে ৷

এনেদৰে এতিয়া এটাৰ পিচত আন এটা ৰাভা সংগঠনে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক ৷ এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে যে পুনৰ উত্তপ্ত হ’ব ৰাভা হাছং এলেকা সেয়া নিশ্চিত ৷ 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd