DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ আমন্ত্ৰণত দিল্লীলৈ নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 11:05 pm
Citizenship Bill

ৰাহুল গান্ধী। ছবি- টুইটাৰৰ।

4.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আমন্ত্ৰণক্ৰমে নতুন দিল্লীত উপস্থিত হৈছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ।

সোমবাৰে বিয়লি ৩:৩০ বজাত কংগ্ৰেছ মুৰব্বীগৰাকীৰ সৈতে আলোচনাত মিলিত হ’ব মঞ্চৰ ছজনীয়া প্ৰতিনিধি দলটো।

মঞ্চৰ অধ্যক্ষ, বৰ্ষীয়ান বুদ্ধিজীৱী হীৰেন গোহাঁইৰ নেতৃত্বত যোৱা দলটোত আছে হলিৰাম তেৰাং, হাইদৰ হুছেইন, মনজিত মহন্ত, দেৱেন তামুলী আৰু শান্তনু বৰঠাকুৰ।

ৰাহুল গান্ধীক সাক্ষাতৰ পিছতে আলোচনাৰ সবিশেষ সংবাদমেলযোগে জনোৱা হ’ব, নৰ্থ ইষ্ট নাও-ক জনায় মঞ্চৰ প্ৰতিনিধি বৰঠাকুৰে।

তেওঁ লগতে জনাই যে বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ৰাজনীতিত ঐকমত্য সৃষ্টিৰ উদ্যোগ লোৱাৰ বাবে কংগ্ৰেছ সভাপতিগৰাকীক আহ্বান জনোৱা হ’ব।

লগতে পঢ়ক– বিধেয়কৰ বিৰুদ্ধে অৱস্থান ল’বলৈ কংগ্ৰেছ সাংসদক হুইপ জাৰি ৰাহুল গান্ধীৰ

অসমৰ বিভিন্ন ক্ষেত্ৰৰ কিছু জনাজাত আৰু জ্যেষ্ঠ নাগৰিকক লৈ মঞ্চটো নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে গঠন কৰা হৈছিল।

বিৰোধী কংগ্ৰেছৰ উপৰি জে দি (ইউ), শিৱসেনাকে ধৰি এন ডি এ মিত্ৰ কেইবাটাও দলেও বিজেপি নেতৃত্বাধীন চৰকাৰ উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিছে।

তাৰোপৰি বিজেপি নেতৃত্বাধীন নেদাৰ অংশীদাৰ এম এন এফ, এন পি পি আদি দলৰ লগতে খোদ বিজেপিৰো মিজোৰাম, নাগালেণ্ড প্ৰদেশে উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধিতাৰ সন্মুখীন হোৱা বিধেয়কখনৰ বিৰোধিতা কৰিছে।

Recent News

Ranjan Gogoi Dhekiakhowa Barnamghar

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

India vs Zimbabwe

সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd