• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধীৰ কটাক্ষ : পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ বাবেই চৰকাৰে কমাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 8:18 pm
rahul-
667
VIEWS
Share on FacebookShare on Twitter

মোদীৰ চৰকাৰক আজি পুনৰ উভতি ধৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।

পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ প্ৰসংগত মন্তব্য কৰি আজি ৰাহুল গান্ধীয়ে কয় যে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবেই মোদীৰ চৰকাৰে অতি সামান্য পৰিমাণে মূল্য কমাইছে।

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ১৭-১৮ পইচা কমাই মোদীৰ চৰকাৰে এতিয়া ৫ ৰাজ্যৰ ভোটাৰক আকৰ্ষণ কৰিব বিচাৰিছে বুলিও ৰাহুলে মন্তব্য কৰে।

জনতাই ৰাহি হোৱা এই সামন্য ধনেৰে কি কৰিব বুলিও ৰাহুলে প্ৰশ্ন কৰে।উল্লেখ্য

বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশবাসীক চমক দিবলৈ ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৭ পইচাৰ পৰা ২৪ পইচালৈ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১৮ পইচাকৈ কমিছে।একেদৰে চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ২৪ পইচাকৈ কমিছে।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ্ৰাস কৰা হৈছে ১৭ পইচাকৈ।

এনেদৰেই মোদীৰ চৰকাৰে কেৱল মাত্ৰ নামত ইন্ধনৰ মূল্য হ্ৰাস কৰি জনতাৰ বাঃ বাঃ ল’ব বিচৰাৰ কথাই এতিয়া বহুতকে আচৰিত কৰি তুলিছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি নোপোৱাৰ পিছতো ভাৰতত নিৰন্তৰ ভাবে কি কাৰণত ইন্ধনৰ মূল্য বৃদ্ধি কৰি যোৱা হৈছে সেয়া সকলোৰে বাবে এক সাঁথৰ হৈয়ে ৰৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd