• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোৰ বাবে নহয়, দেশৰ বাবে বিশ্বকাপ জিকি আনা; ফাইনেলৰ পূৰ্বে জনাই দিলে দ্ৰাবিড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2024 1:25 pm
অধিনায়ক ৰোহিতৰ সৈতে প্ৰশিক্ষক দ্ৰাবিড়। ফাইল ফটোঃ সংগ্ৰহীত।

অধিনায়ক ৰোহিতৰ সৈতে প্ৰশিক্ষক দ্ৰাবিড়। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপৰ ফাইনেলখনে তেওঁৰ প্ৰশিক্ষক জীৱনৰ অন্তিমখন খেল হ’ব। শনিবাৰে কেৰিবিয়ান ভূমিত ভাৰতৰ প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ অন্তিম ইনিংছ। তাৰপিছতে তেওঁ হৈ পৰিব এগৰাকী প্ৰাক্তন প্ৰশিক্ষক। বিদায়ৰ মুহূৰ্তটো ৰঙীণ কৰিব বিচাৰিলেও মুখেৰে প্ৰকাশ কৰা নাই ভাৰতীয় ক্ৰিকেটৰ “দ্য ৱাল”য়ে।

আগতে উইকেটত তেওঁ যেনেকৈ দেৱাল হিচাপে অৱতীৰ্ণ হৈছিল, প্ৰশিক্ষক হিচাপেও তেওঁৰ মুখত বিতৰ্কিত একো বিচাৰি পোৱা নাযায়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰেণ্ড ফাইনেল খেলৰ পূৰ্বে ভাৰতৰ প্ৰশিক্ষকৰাকীয়ে কয়, “ফাইনেল মানে ফাইনেল। ক্ৰিকেটত ৰিটেক বুলি কোনো কথা নাই, এটা বলতে সকলো শেষ। গতিকে ল’ৰাহঁতক কৈছো মেচত  ভুল যাতে খুব কম হয়। তেওঁলোক সকলোৱেই পেছাদাৰী, জানে কি কৰিলে ভাল হ’ব পাৰে, কাপ আহিব পাৰে। তেওঁলোক যুদ্ধৰ বাবে সাজু।”

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৮ জনক গ্ৰেপ্তাৰ

Apply Now

গ্ৰেণ্ড ফাইনেলত ভাৰতৰ প্ৰশিক্ষক হিচাপে নিজৰ ইনিংছ সামৰিব ৰাহুলে। এতিয়া ঘৰলৈ উভতি দ্ৰাবিড়ে পৰিয়ালক সময় দিব। সংবাদমেলত ৰোহিতৰ প্ৰশিক্ষকগৰাকীয়ে কয় যে “ট্ৰফী জয় কৰি মোক উৎসৰ্গা নহয়, দেশৰ বাবে কাপ জয় কৰা, মই তাকেই ল’ৰাহঁতক কৈছো। কিছুমান ক্ষেত্ৰত তেওঁলোক অধিক আৱেগিক হৈ পৰিছে।”

ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পাছত চকুলো মচি থকা দেখা গৈছিল ৰোহিতক। তাৰ আগতে এদিনীয়া বিশ্বকাপত অপৰাজিত হৈ ফাইনেলত পৰাস্ত হৈছিল। হিটমেনে হয়তো সেই ঘটনাটো মনত পেলাইছিল। প্ৰশিক্ষক দ্ৰাবিড়ো ৰোহিতৰ কাষত আছিল। ৰাহুলৰ হতাশ মুখখনো তাত ধৰা পৰিল। আহমেদাবাদৰ ফাইনেলত দ্ৰাবিড়ৰ ফালে কেমেৰা ঘুৰাওতে দেখা গৈছিল, শূন্য দৃষ্টিৰে চাই ৰৈছে।

লগতে পঢ়কঃ পৰমাণু বোমাৰ ধাৰণাৰ জন্ম পোৱা আইনষ্টাইনৰ চিঠিখন; আকাশলংঘী দামত বিক্ৰী হ’ব নিলামত

এইবাৰ সাংবাদিকসকলে সুধিছিল, এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত, পুনৰ এখন ফাইনেল মেচ। কি ভাবিছে? সেই বিষয়ে প্ৰশিক্ষকগৰাকীয়ে কয়, “মোৰ বাবে সকলো সাধাৰণ, খেলপথাৰলৈ যোৱা, প্ৰদৰ্শন কৰা আৰু জয়ী হৈ উভতি আহা।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd