• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৮ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2024 12:23 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষী আৰু চি আই ডিয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষী আৰু চি আই ডিৰ যৌথ অভিযানত শনিবাৰে এই চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটা আৰক্ষীৰ সহযোগত চি আই ডিয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা এই লোক কেইজনক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপূৰৰ কৃষ্ণণ কৃষ্ণমূৰ্তি এই মাৰ্কশ্বীট জালিয়াতি কাণ্ডৰ সৈতে জড়িত। ইপিনে, বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ অপাৰেটৰ শিৱতোষ মাহাতোক আটক কৰিছে। এই অভিযোগত লাংলা মহাবিদ্যালয়ৰ লাইব্রেৰীয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী আৰু চিআইডিৰ অভিযানত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ক্ৰমে আজিজুল হক, কৃষ্ণণ কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামেজ উদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম আৰু শিৱতোষ মাহাতো।

Apply Now

লগতে পঢ়কঃ UGC NET 2024 Exam New Dates: বাতিল কৰা UGC NET কেতিয়া হ’ব? এন টি এৰ নতুন সূচী ঘোষণা, তাৰ আগতে হ’ব CSIR UGC NET

জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ৭৪/২৪ নম্বৰত গোচৰ ৰুজু কৰি 468/120B 467/47/420 IPC ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত গুৰুত্বপুৰ্ণ মন্তব্য কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীটৰ কেলেংকাৰী অসম আৰক্ষী আৰু চি আই ডিয়ে যৌথভাৱে তদন্ত চলাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল।

মাৰ্কশ্বীট জালিয়াতিৰ এই ঘটনাৰ সৈতে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীয় শিক্ষক কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে। স্বাভাৱিকতে এই কাণ্ডৰ সৈতে আৰু যে বহু লোক জড়িত আছে সেই কথা একপ্ৰকাৰ নিশ্চিত। অভিযানত এই জালিয়াতি চক্ৰৰ সৈতে জড়িত আৰু অধিক লোক শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ গৰমত দহিছে পৃথিৱী! তীব্ৰ উত্তাপত গলি গ’ল প্ৰয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মমৰ মূৰ্তি

ইপিনে, মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনাৰ সমান্তৰালভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পুৰস্কাৰৰ ভুৱা প্রমাণ-পত্র দাখিল কৰি  অতিৰিক্ত পাৰদৰ্শিতা (EC) শাখাত নামভৰ্তি কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd