• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘প্ৰধানমন্ত্ৰীৰ বাবে ৮.৪ হাজাৰ কোটি টকীয়া বিমান আৰু জোৱানৰ বাবে নন-বুলেটপ্ৰুফ ট্ৰাক!’ : ৰাহুল গান্ধীৰ কটাক্ষ

ৰাহুল গান্ধীয়ে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ সত্যতা তদন্ত কৰিব CRPF-এ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 7:19 pm

2 min read

706911-namo-vs-raga
295
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিজৰ টুইটাৰ একাউন্টত এটা ভিডিঅ’ টুইট কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলক নন-বুলেটপ্ৰুফ ট্ৰাকত ছহিদ হ’বলৈ প্ৰেৰণ কৰিছে চৰকাৰে।

ৰাহুল গান্ধীৰ এই টুইটৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF)এ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বাহিনীটোৰ মুখপাত্ৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেল মুজেশ ধিনাকৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, “CRPFৰ লগত প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ বিভিন্ন প্ৰতিৰক্ষামূলক যান-বাহন আছে।”

हमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!

क्या यह न्याय है? pic.twitter.com/iu5iYWVBfE

— Rahul Gandhi (@RahulGandhi) October 10, 2020

ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ হাজাৰ ৪০০ কোটি টকাৰে আমেৰিকাৰ পৰা ক্ৰয় কৰা ভিভিআইপি বিলাসবহুল বিমানখনকো কিছু দিনৰ পূৰ্বে কটাক্ষ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে কৈছিল, “এফালে মোদীয়ে ৮ হাজাৰ ৪০০ কোটি টকা খৰচ কৰি দুখন বিমান ক্ৰয় কৰিছে আৰু আনফালে চীন সীমান্তত আমাৰ সৈন্যসকল প্ৰচণ্ড ঠাণ্ডাকো উপেক্ষা কৰি সীমান্ত ৰক্ষাৰ কৰাত ব্যস্ত আছে।”

ইফালে CRPFৰ নন-বুলেটপ্ৰুফ বাহনৰ সম্পৰ্কে ৰাহুল গান্ধীয় অভিযোগ কৰি টুইটত লিখিছে, “আমাৰ জোৱানসকলক নন-বুলেটপ্ৰুফ ট্ৰাকত ছহিদ হ’বলৈ প্ৰেৰণ কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে নিজৰ বাবে ৮ হাজাৰ ৪০০ কোটি টকীয়া বিমান ক্ৰয় কৰিছে। এয়া কেনে  বিচাৰ?”

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত জোৱানসকলে এখন নন-বুলেটপ্ৰুফ ট্ৰাকত বহি আলোচনা কৰি থকা দেখা গৈছে।

তেওঁলোকে আলোচনাত কোৱা শুনা যায় যে উচ্চপদস্থ বিষয়াই নিজে বুলেটপ্ৰুফ বাহনত যাত্ৰা কৰিছে আৰু জোৱানসকলৰ নিৰাপত্তাৰ দিশটোক উপেক্ষা কৰা হৈছে।

Recent News

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd