• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চৰকাৰী গাফিলতি’ৰ বাবে দেশত ৪০লাখ লোকৰ কোভিডত মৃত্যু; দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2022 9:27 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী গাফিলতিৰ বাবেই ভাৰতৰ ৪০লাখ লোক কোভিডত মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে। সেয়ে, দেশত কোভিডত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ মোদী চৰকাৰে ৪লাখ টকাকৈ দিয়া উচিত। পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

দেওবাৰে এটা টুইটত ৰাহুলে নিউয়ৰ্ক টাইমছ-ত প্ৰকাশিত প্ৰতিবেদন তুলি ধৰিছে য’ত কোৱা হৈছে যে বিশ্বজুৰি কোভিডত মৃত্যুৰ পৰিসংখ্যা বিশ্ব স্বাস্থ্য সংস্থাক প্ৰকাশ কৰাত ভাৰতে বাধা দিছে।

ৰাহুল গান্ধীয়ে হিন্দীতে টুইট কৰি লিখিছে,’’মোদীজীয়ে নিজে কেতিয়াও সঁচা কথা কোৱা নাই। আনকো ক’ব দিয়া নাই। তেওঁ এতিয়া মিছা কথা কৈয়েই আছে যে দেশত কাৰো অক্সিজেনৰ অভাৱত মৃত্যু হোৱা নাই।‘’

Apply Now

লগতে পঢ়ক: কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ

তদুপৰি, ৰাহুলে লিখিছে, ‘’মই আগেয়ে কৈছো, চৰকাৰৰ গাফিলতিত ৫লাখ নহয়, ৪০লাখ ভাৰতীয় লোকৰ মৃত্যু হৈছে। নিজৰ দায়িত্ব পালন কৰক। মোদীজী কোভিডত মৃত্যু হোৱা  মৃতকৰ পৰিয়াললৈ ৪লাখকৈ টকা দিয়ক।‘’

বিশ্ব স্বাস্থ্য সংস্থাই গোটেই বিশ্বতে কোভিডত কিমান লোকৰ মৃত্যু হৈছে তাৰ এক পৰিসংখ্যা প্ৰকাশ কৰিব বিচাৰে। ইয়াক লৈও ভাৰতে বিৰোধিতা কৰিছে। ভাৰতে জনাইছে যে যি পদ্ধতিত বিশ্ব স্বাস্থ্য সংস্থাই পৰিসংখ্যা প্ৰ স্তুত কৰিছে  সেয়া গ্ৰহণযোগ্য নহয়। ভাৰতৰ দৰে বিশাল দেশত এই পদ্ধতি কামত আহিব নোৱাৰে।

मोदी जी ना सच बोलते हैं, ना बोलने देते हैं।

वो तो अब भी झूठ बोलते हैं कि oxygen shortage से कोई नहीं मरा!

मैंने पहले भी कहा था – कोविड में सरकार की लापरवाहियों से 5 लाख नहीं, 40 लाख भारतीयों की मौत हुई।

फ़र्ज़ निभाईये, मोदी जी – हर पीड़ित परिवार को ₹4 लाख का मुआवज़ा दीजिए। pic.twitter.com/ZYKiSK2XMJ

— Rahul Gandhi (@RahulGandhi) April 17, 2022

নিউয়ৰ্ক টাইমছত প্ৰতিবেদন প্ৰকাশৰ পিছতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে যোৱা ১৬ এপ্ৰিলত এটা বিবৃতি প্ৰকাশ কৰে। তাত কোৱা হৈছে যে যি পদ্ধতিত কোভিডত মৃত্যুৰ পৰিসংখ্যা প্ৰ স্তুত কৰা হৈছে তাকলৈ কেন্দ্ৰীয় চৰকাৰ চিন্তিত। দেওবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশত এতিয়ালৈকে মুঠ ৫লাখ ২১হাজাৰ ৭৫১জন লোকৰ কোভিডত মৃত্যু হৈছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd