• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“নিজৰ বাহিৰে আন সকলোকে দোষাৰোপ কৰিছে…” নীট পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত শিক্ষামন্ত্ৰীক তুলাধুনা ৰাহুল গান্ধীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 22, 2024 3:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে নীট পৰীক্ষাৰ বিসংগতিক লৈ লৈ সংসদত উত্তেজনাৰ সৃষ্টি হয়। বিৰোধীৰ দলপতি ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে শিক্ষামন্ত্ৰীক আক্ৰমণ কৰি তুলাধূনা দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ বাবেও দাবী জনাই বিৰোধীয়ে। অৱশ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংসদত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয়, “সমগ্ৰ দেশৰ বাবে স্পষ্ট যে আমাৰ পৰীক্ষা ব্যৱস্থাত এটা অতি গুৰুতৰ সমস্যা আছে। কেৱল NEET নহয়, সকলো ডাঙৰ পৰীক্ষাতে এই সমস্যা আছে। শিক্ষামন্ত্ৰীয়ে সকলোকে দোষাৰোপ কৰাৰ বাহিৰে নীট পৰীক্ষাৰ পদ্ধতিগত ভুলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে?”

Apply Now

কংগ্ৰেছৰ সাংসদগৰাকীয়ে শিক্ষামন্ত্ৰীৰ পৰা জানিব বিচাৰে – ২৪ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা এই সকলোবোৰ ঘটনাৰ দায়িত্ব লৈ তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবনে?

ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম নেতা, সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱেও নীট বিষয়ত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আক্ৰমণ কৰে। তেওঁ কয়, “এই চৰকাৰে প্ৰশ্নকাকত ফাদিলত অভিলেখ সৃষ্টি কৰিব। কিছুমান কেন্দ্ৰ আছে য’ত ২০০০ৰো অধিক প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। এই শিক্ষামন্ত্ৰী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ছাত্ৰ-ছাত্ৰীয়ে ন্যায় নাপাব”।

ইণ্ডিয়া এলায়েন্সৰ নেতা দুগৰাকীকো প্ৰত্যুত্তৰ দিয়ে ধৰ্মেন্দ্ৰ প্ৰধানে। ৰাহুল গান্ধীক সম্বোধন কৰি তেওঁ কয়, “যোৱা ৭ বছৰত প্ৰশ্নকাকত ফাদিলৰ কোনো প্ৰমাণ পোৱা নাই। এই বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। মই সম্পূৰ্ণ দায়িত্ব লৈ ক’ব পাৰো যে ২৪০টাতকৈও অধিক পৰীক্ষা সফলতাৰে অনুষ্ঠিত হৈছে।”

ৰাহুল গান্ধীৰ লগতে শিক্ষামন্ত্ৰীয়ে অখিলেশ যাদৱকো আক্ৰমণ কৰে। তেওঁ কয়, মই ৰাজনীতি কৰিব নিবিচাৰো। কিন্তু যেতিয়া অখিলেশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়াও প্ৰশ্ন উত্থাপন হৈছিল। মোৰ হাতত সেই তালিকাখন আছে।

সোমবাৰৰ পৰা লোকসভাত আৰম্ভ হৈছে বাজেট অধিবেশন। মঙলবাৰে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ পূৰ্বে সোমবাৰে সংসদৰ দুয়োটা সদনত ‘বিত্তীয় জৰীপ’ দাখিল কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd