• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2026 9:01 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুলাই মাহত শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি সাব্যস্ত কৰা ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ অব্যাহত আছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আন্দোলনত কোনো ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা নাই বুলি দাবী কৰাৰ পাছতেই মঙলবাৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে। ৰাহুল গান্ধীয়ে নিজে আহত ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰা বুলি প্ৰকাশ কৰি চৰকাৰক সকীয়াই দিয়ে যে ছাত্ৰ-ছাত্ৰীসকলৰো চকু আৰু স্মৃতিশক্তি আছে, সেয়েহে চৰকাৰে এনেদৰে মিছা মাতি সাৰি যাব নোৱাৰিব।

মঙলবাৰে ছ’চিয়েল মিডিয়া ‘এক্স’ত (X) ৰিজিজুৰ মন্তব্যৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে তদানীন্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আৰক্ষীয়ে গজাল লগোৱা লাঠীৰে আক্ৰমণ কৰিছিল। যোৱা ২০ জুলাইত সংসদলৈ সমদল কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ কাৰ্যৰ প্ৰসংগ টানি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে, “মোদী চৰকাৰৰ মন্ত্ৰীসকলে কৈছে যে দিল্লী আৰক্ষীক প্ৰশংসা কৰিব লাগে। সংসদৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত পেলেট গান ব্যৱহাৰ কৰা হ’ল, গজাল লগোৱা লাঠীৰে কোবোৱা হ’ল, এজন শিশুৱে চকু হেৰুৱালে, এজনী ছোৱালীৰ কাণ চিঙি গ’ল। আমি এই নিষ্ঠুৰতাক প্ৰশংসা কৰিব লাগে নেকি?”

Apply Now

চৰকাৰক কটাক্ষ কৰি তেওঁ কয় যে এই চৰকাৰৰ মূল মন্ত্ৰই হৈছে অসত্য আৰু হিংসা। ৰাহুল গান্ধীয়ে লগতে কয় যে, “প্ৰথমে ল’ৰা-ছোৱালীক লাঠীৰে কোবোৱা আৰু তাৰ পিছত একো হোৱা নাই বুলি দাবী কৰা… আচলতে এই দেশৰ বাবে আটাইতকৈ ডাঙৰ বিপদ হৈছে এই ‘মগজু শূন্য লোকসকল’ যিয়ে নিজৰ ভুল নেদেখে আৰু দেখিলেও স্বীকাৰ নকৰে”

ইফালে, সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে দাবী কৰিছিল যে এই প্ৰতিবাদত এজনো লোকৰ মৃত্যু হোৱা নাই বা কাৰো হাড় ভঙা নাই। কোনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়তো ভৰ্তি হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে ছাত্ৰ-ছাত্ৰীৰ আঁৰ লৈ আম আদমী পাৰ্টী, ডফলি বজোৱা লোক, ভীম আৰ্মী আৰু সমাজবাদী পাৰ্টীৰ লগতে বহুতো অপৰাধীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি হিংসা বিয়পাবলৈ চেষ্টা কৰিছিল।

কংগ্ৰেছৰ শাসনকালত এনে প্ৰতিবাদত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি ৰিজিজুৱে দিল্লী আৰক্ষীৰ কাৰ্যৰ শলাগ লয়। তেওঁ কয়, “দিল্লী আৰক্ষীয়ে কোনো লাঠীচালনা কৰা নাছিল। যেতিয়া প্ৰতিবাদকাৰীসকলে বলপূৰ্বকভাৱে সংসদৰ ফালে আগবাঢ়িছিল, তেতিয়াহে তেওঁলোকক বাধা দিয়া হৈছিল। পৰিস্থিতি ইমান শান্তিপূৰ্ণভাৱে চম্ভালাৰ বাবে দিল্লী আৰক্ষী প্ৰশংসাৰ যোগ্য আৰু মানুহে তেওঁলোকক গালি দিয়াটো অনুচিত।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd