• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্ৰাম : ড০ বীৰুবালা ৰাভাক শুভেচ্ছামূলক পত্ৰ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 9:07 am
Birubala-Rabha-

ড০ বীৰুবালা ৰাভাক সম্বৰ্ধনা জনোৱাৰ মূহুৰ্তত ফটো উৎস : টুইটাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাইনী হত্যা ৰোধৰ জৰিয়তে সমাজৰ পৰা কু সংস্কাৰ তথা অন্ধবিশ্বাস আঁতৰোৱাৰ উদ্দেশ্যেৰে চলাই থকা সংগ্ৰামৰ বাবে বিশিষ্ট সমাজকৰ্মী ড০ বীৰুবালা ৰাভাক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে শুভেচ্ছা প্ৰদান কৰিছে। ‘উইমেন ৱ’ৰ্ল্ড ছামিট ফাউণ্ডেশ্যনে’ মান্যতা প্ৰদান কৰা সমাজকৰ্মীগৰাকীৰ কাম-কাজত আপ্লুত হৈয়ে কংগ্ৰেছ সভাপতিগৰাকীয়ে শুভেচ্ছামূলক পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা যায়।

যোৱা ১৯ নৱেম্বৰতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক বাৰ্তাত সমাজকৰ্মী ৰাভাৰ বিষয়ে কয়, ‘সমাজত বিয়পি থকা অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহসৰ প্ৰয়োজন। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ যাওতে বিভিন্ন সময়ত সমাজত বিৰোধীতা হয়, ভয় দেখুওৱা হয় কিন্তু তাৰ মাজতো আপুনি দৃঢ়তাৰে যুঁজি গৈছিল’।

Apply Now

ইয়াৰ উপৰি গান্ধীয়ে আৰু কয়, ‘সমাজৰ পৰা কু সংস্কাৰ আঁতৰোৱাৰ বাবে চলাই থকা সংগ্ৰামৰ বাবে আপোনাক মই চালাম জনাইছো। আশা কৰো এখন সুস্থ মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰাজীয়ে অইন লোকক তথা যুৱ প্ৰজন্মৰ মহিলাসকলক উৎসাহ তথা অনুপ্ৰেৰণা যোগাব’।

ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰাৰ উদ্দেশ্যেৰে সোমবাৰে ‘মিশ্যন বীৰুবালা ৰাভা’ৰ জৰিয়তে সমাজৰ কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই সমাজৰ প্ৰতি উল্লেখযোগ্য অৱদান আগবঢ়োৱা ড০ বীৰুবালা ৰাভাৰ গোৱালপাৰা জিলাৰ আগিয়াৰ নিজ ঘৰত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা ববিতা শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাহুল গান্ধীৰ হৈ সোমবাৰে দুপৰীয়া সমাজকৰ্মীগৰাকীক এখন ফুলাম দখনা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

ইয়াৰ পূৰ্বে গোৱালপাৰা জিলা কংগ্ৰেছৰ হৈ পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও এখন ফুলাম গামোছা আৰু জাপিৰে তেওঁক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত মিশ্যন বীৰুবালা ৰাভাৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

আনহাতে ৬৯ বছৰীয়া ড০ বীৰুবালা ৰাভাই কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলটোক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd