• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2023 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ বাতিল কৰা হৈছে। কংগ্ৰেছে বিষয়টোত এটা গণ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছে। ৰাহুল গান্ধী নেহৰু-গান্ধী পৰিয়ালৰ প্ৰথম ব্যক্তি নহয় যাৰ সাংসদ পদ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ আইতাক আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ লোকসভাৰ সদস্য পদো খাৰিজ কৰা হৈছিল।

ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল সংযুক্ত সমাজতান্ত্ৰিক দলৰ ৰাজ নাৰায়ণে। এক লাখতকৈও অধিক ভোটত নিৰ্বাচনত ইন্দিৰা গান্ধী জয়ী হৈছিল।

কিন্তু ফলাফল ঘোষণা হোৱাৰ পিছত ৰাজ নাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে। তেওঁ ইন্দিৰা গান্ধীক চৰকাৰী বিষয়াসকলক ব্যৱহাৰ কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

Apply Now

লগতে পঢ়ক: বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহনলাল সিনহাই গোচৰটোৰ ৰায় প্ৰদান কৰে। তেওঁ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰিছিল।

ইয়াৰ উপৰিও, আদালতে ৰায়বৰেলীৰ নিৰ্বাচনো নাকচ কৰে। ন্যায়াধীশ সিনহাই ৰায়টোত উল্লেখ কৰিছিল যে ইন্দিৰা গান্ধী ছয় বছৰৰ বাবে ৰাজহুৱা প্ৰতিনিধি হৈ থাকিব নোৱাৰে।

অৱশ্যে, শেষত ৰায়টো কাৰ্যকৰী কৰিব পৰা নগ’ল। ১৯৭৫ চনৰ ২৫ জুনত ইন্দিৰা চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ফখৰুদ্দিন আলী আহমেদ সেই সময়ত ৰাষ্ট্ৰপতি আছিল।

২০১৩ চনত উচ্চতম ন্যায়ালয়ে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ওপৰত কেন্দ্ৰ বনাম লিলি থমাছ গোচৰত এক ঐতিহাসিক ৰায় দিছিল। ইয়াত কোৱা হৈছিল, “যদি এজন ৰাজহুৱা প্ৰতিনিধি দুবছৰ বা ততোধিক সময়ৰ বাবে কাৰাগাৰলৈ যায়, তেনেহ’লে তেওঁৰ সদস্য পদ তৎক্ষণাৎ বাতিল হ’ব।”

লগতে পঢ়ক: বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

বৃহস্পতিবাৰে, গুজৰাটৰ চুৰাট জিলা আৰু সত্ৰ আদালতে ৰাহুল গান্ধীক মোডীৰ উপাধি সন্দৰ্ভত তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰে। ন্যায়াধীশ এইচ এইচ বাৰ্মাই তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰায় ঘোষণা হোৱাৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। শুকুৰবাৰে তেওঁৰ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰা হৈছিল।

নিৰ্দেশনাত সংবিধানৰ অনুচ্ছেদ ১০২ (১) আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ৮ উল্লেখ কৰা হৈছিল। অধ্যক্ষৰ সচিবালয়ে বৃহস্পতিবাৰৰ পৰা ৰাহুল গান্ধীৰ সাংসদ পদ বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক: যুদ্ধ বন্ধ কৰিব কোনে? এইবাৰ ইউক্ৰেইনলৈ চাৰিখন মিগ-২৯ যুঁজাৰু বিমান পঠালে স্লোভাকিয়াই

ৰাহুল গান্ধীয়ে কালি সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত টুইট কৰে। তেওঁ কয় যে তেওঁ ভাৰতৰ কণ্ঠস্বৰৰ বাবে যুঁজ অব্যাহত ৰাখিব। কংগ্ৰেছে ইতিমধ্যে বিষয়টোকলৈ  প্ৰতিবাদমুখৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd