• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি-আৰএছএছৰ চক্ৰবেহুত ৰাহুল! অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে গোচৰৰ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2023 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ উপাধিৰ ওপৰত কৰা মন্তব্যৰ বাবে এখন আদালতে দোষী সাব্যস্ত কৰি কাৰাদণ্ড প্ৰদান কৰিছে। তাৰেই খেও ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰা হৈছে। সেই সিদ্ধান্তৰ পিছতে শাসক- বিৰোধী দুটা বিপৰীত মেৰুত অৱতীৰ্ণ হৈছে।

আনহাতে, ৰাহুলৰ সাংসদ পদ বাতিল কৰাৰ বাবে শাসকীয় দলে যৌক্তিকতা দাবী কৰিলেও সন্মিলিত বিৰোধীৰ অভিযোগত প্ৰতিহিংসাৰ ৰাজনীতিৰ দাবী উঠিছে।

কিন্তু ৰাহুল গান্ধীৰ বিৰুদ্ধে এইটোৱে প্ৰথম আৰু একমাত্ৰ গোচৰ নহয়, দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে আছে একাধিক গোচৰ। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল বেছিভাগ গোচৰেই দাখিল কৰিছে বিজেপি-আৰএছএছৰ কোনো নেতা, কৰ্মী বা সংগঠনে। ৰাহুল গান্ধীৰ গোচৰৰ দীঘলীয়া তালিকাখন চাওকচোন।

Apply Now

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰা আৰু আদানী কেলেংকাৰীৰ মূল্য দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে! অভিযোগ কংগ্ৰেছৰ

২০২৩ বৰ্ষৰ শেহতীয়া ঘটনাটোত, কংগ্ৰেছ নেতাজনক গুজৰাটৰ চুৰাটৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে। তেওঁক দুবছৰৰ কাৰাদণ্ডও দিয়া হৈছে। ফলস্বৰূপে, ৰাহুলে সাংসদৰ পদ হেৰুৱায়। অৱশ্যে চুৰাট আদালতে মোডীৰ উপাধি সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ পৰিপ্ৰেক্ষিতত আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল দাখিল কৰিবলৈ ৰাহুলক ৩০ দিন সময় দিছে। গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

২০১৯ চনত ৰাহুলক পাটনাৰ আদালতে মানহানিৰ গোচৰত জামিন প্ৰদান কৰিছিল। গোচৰটো এজন বিজেপি নেতাৰ দ্বাৰা দাখিল কৰা হৈছিল। তাতো, তেওঁ কথিতভাৱে ৰাজহুৱা সভাত থিয় হৈ ৰাইজক প্ৰশ্ন কৰিছিল যে ব্যক্তিজন মোডী উপাধি থাকিলেই চোৰ হয়?

সেইদৰে, ২০১৯ চনতে আহমেদাবাদৰ এখন আদালতে ৰাহুলক জামিন প্ৰদান কৰিছিল। ২০১৬ চনৰ নৱেম্বৰত বিমুদ্ৰাকৰণৰ সময়ত ৰাহুলে অভিযোগ কৰিছিল যে আহমেদাবাদৰ জিলা সমবায় বেংক অবৈধ মুদ্ৰা স্থানান্তৰৰ সৈতে জড়িত আছিল। বেংকে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

লগতে পঢ়ক: নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

আনহাতে, ২০১৯ চনতে মুম্বাইৰ এখন আদালতে আৰ এছ এছৰ দ্বাৰা দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধীক জামিন প্ৰদান কৰিছিল। অভিযোগ অনুসৰি ৰাহুলে সাংবাদিক গৌৰী লঙ্কেশৰ হত্যাকাণ্ডক বিজেপি-আৰ এছ এছৰ মতাদৰ্শৰ সৈতে সম্পৰ্কিত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, আৰ এছ এছে ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে।

২০১৬ চনত গুৱাহাটীৰ এখন আদালতে মানহানিৰ গোচৰত ৰাহুলক জামিন প্ৰদান কৰে। গোচৰটো আৰ এছ এছৰ দ্বাৰা দাখিল কৰা হৈছিল। ২০১৫ চনৰ ডিচেম্বৰত গান্ধীয়ে অভিযোগ কৰিছিল যে আৰ এছ এছে তেওঁক অসমৰ বৰপেটা সত্ৰত প্ৰৱেশ কৰাত বাধা দিছিল। আৰ এছ এছে অভিযোগসমূহ অস্বীকাৰ কৰিছিল আৰু ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

সেইদৰে, ২০১৬ চনতে মহাৰাষ্ট্ৰৰ ভিৱান্দিৰ এখন আদালতে এজন আৰ এছ এছ কৰ্মীৰ দ্বাৰা দাখিল কৰা গোচৰত তেওঁক জামিন প্ৰদান কৰিছিল। ৰাহুলৰ ওপৰত অভিযোগ আছিল যে তেওঁ মহাত্মা গান্ধীক আৰ এছ এছে হত্যা কৰিছিল বুলি কৈছিল। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাহুল গান্ধীয়ে আদালতত নিজৰ পক্ষ প্ৰমাণ কৰিব লাগিব।

লগতে পঢ়ক: আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আনহাতে, ২০১৫ চনত ৰাহুল নেচনেল হেৰাল্ড গোচৰত জামিনত আছে। ২০১৫ৰ ডিচেম্বৰত ৰাহুল আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক আদালতে জামিন প্ৰদান কৰে। নেচনেল হেৰাল্ড গোচৰটো বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে দাখিল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd