• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ প্ৰধানমন্ত্ৰী মোদীলৈ ৰাহুলৰ বাৰ্তা- ‘এবাৰ মণিপুৰলৈ গৈ বাসিন্দাসকলৰ দুৰ্দশা চাওক’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 7:24 pm
557
VIEWS
Share on FacebookShare on Twitter

১৮ সংখ্যক লোকসভাৰ বিশেষ অধিৱেশনত মণিপুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আক্ৰমণাত্মক হোৱাৰ পাছত ৰাহুল গান্ধীয়ে পুনৰ উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখন ভ্ৰমণ কৰি জনসাধাৰণৰ দুৰ্দশা চাবলৈ পৰামৰ্শ দিয়ে। বৃহস্পতিবাৰে বিয়লি এক সাক্ষাৎকাৰত কংগ্ৰেছ সাংসদগৰাকীয়ে শেহতীয়াকৈ মণিপুৰ ভ্ৰমণৰ পাঁচ মিনিটৰ ভিডিঅ’ও উপস্থাপন কৰে। ৰায়েবৰেলীৰ লোকসভাৰ সাংসদগৰাকীয়ে বাৰ্তাটোত লিখিছে, মণিপুৰত হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছৰে পৰা মই ইয়াত তিনিবাৰ আহিছো। কিন্তু, দুখৰ বিষয় যে পৰিস্থিতিৰ উন্নতি হোৱা নাই। আজিও এই ৰাজ্য দুটা ভাগত বিভক্ত।

লোকসভাৰ বিৰোধী দলপতি ৰাহুলে মণিপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ ভিডিঅ’ পোষ্ট কৰি লিখিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিগত সংঘৰ্ষৰ বাবে এই ৰাজ্যখন এবাৰ হ’লেও ভ্ৰমণ কৰিব লাগে। এই পাঁচ মিনিটৰ ভিডিঅ’টো দেখুৱাই ৰাহুলে লিখিছে, একো সলনি হোৱা নাই। ঘৰ জ্বলিছে, নিৰীহ লোকৰ জীৱন বিপদত পৰিছে আৰু হাজাৰ হাজাৰ পৰিয়াল সাহায্য শিবিৰত থাকিবলৈ বাধ্য হৈছে।

ৰাহুলে প্ৰধানমন্ত্ৰী মণিপুৰলৈ আহি ব্যক্তিগতভাৱে ৰাজ্যবাসীৰ সৈতে কথা পাতিব লাগে আৰু শান্তি ঘূৰাই অনাৰ বাবে আবেদন জনাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সংসদত কংগ্ৰেছ দল আৰু ভাৰত মিত্ৰজোঁটে যুঁজিব বুলি দাবী কৰে কংগ্ৰেছ নেতাজনে।

২০২৩ চনৰ মে’ মাহৰ পৰা তিনিবাৰকৈ মণিপুৰ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। ভিডিঅ’টোত ৰাহুলে দেখুৱাইছে যে কিমান মানুহৰ চকুত এতিয়াও চকুলো আছে। তাত থকা মানুহবোৰে জানিব বিচাৰিছিল কিমান দিন সাহায্য শিবিৰত থাকিব লাগিব। জিৰিবাম সাহায্য শিবিৰৰ এগৰাকী মহিলাই কয় যে তেওঁৰ আইতাক এতিয়া সংঘাতপূৰ্ণ অঞ্চলটোত আছে। তেওঁৰ অৱস্থা বা আচলতে জীয়াই আছে নে নাই সেই বিষয়ে কোনো কথা নাই। তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিলেও আমি তালৈ যাব নোৱাৰো, তেওঁ আমাৰ ওচৰলৈও আহিব নোৱাৰে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd