• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল গান্ধীৰ সাংসদ পদ পুনৰ সংকটত! নিৰ্বাচন খেলাৰ অধিকাৰ কাঢ়ি ল’বলৈ লোকসভাত বিজেপিৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 1:23 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে শাসকীয় বিজেপি দল। এইবাৰ বিজেপি সাংসদ নিশিকান্ত ডুবেই লোকসভাত ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰাৰ এক গুৰুতৰ দাবী উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও এটা মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ সাংসদ পদ এবাৰ বাতিল হৈছিল যদিও পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত তেওঁ নিজৰ পদ ঘূৰাই পাইছিল। কিন্তু এইবাৰ তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। বিজেপি সাংসদ নিশিকান্ত ডুবেই বৃহস্পতিবাৰে লোকসভাত এক বিশেষ প্ৰস্তাৱ দাখিল কৰি কয় যে ৰাহুল গান্ধীয়ে সংসদত থিয় হৈ ক্ৰমাগতভাৱে এনে কিছুমান কথা কৈছে যাৰ কোনো সঠিক ভিত্তি নাই। তেওঁ অভিযোগ কৰে যে জৰ্জ ছ’ৰ’ছৰ দৰে দেশবিৰোধী শক্তিৰ সহায়ত ৰাহুল গান্ধীয়ে সমগ্ৰ দেশক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ ফলত দেশৰ বৃহৎ ক্ষতি হৈছে।

নিশিকান্ত ডুবেই এই বিষয়টোত অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰি দাবী জনাইছে যে ৰাহুল গান্ধীৰ সাংসদ পদ কেৱল বাতিলেই নহয়, তেওঁক ভৱিষ্যতে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিব নালাগে। উল্লেখ্য যে বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰাই ৰাহুল গান্ধীয়ে বিভিন্ন ইছ্যু লৈ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি আহিছে। প্ৰাক্তন সেনাধ্যক্ষৰ বিতৰ্কিত কিতাপৰ পৰা আৰম্ভ কৰি ভাৰত-আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিক লৈ ৰাহুলে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁ চৰকাৰৰ বিৰুদ্ধে ভাৰত মাতৃক আমেৰিকাৰ ওচৰত বিক্ৰী কৰাৰ দৰে গুৰুতৰ অভিযোগো উত্থাপন কৰিছে। ৰাহুলে দাবী কৰা মতে চৰকাৰে কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ কৰি আমেৰিকাৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে আৰু ভাৰতৰ শক্তি সুৰক্ষা আনৰ হাতলৈ ঠেলি দিছে।

Apply Now

বিৰোধী দলপতিগৰাকীৰ এনে আক্ৰমণাত্মক স্থিতিৰ পাছতে বিজেপি শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিৰ এটা অংশই ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ অনাৰ কথা চৰ্চা কৰি আছিল যদিও নিশিকান্ত ডুবেই পোনপটীয়াকৈ তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ দাবী উত্থাপন কৰাত পৰিস্থিতি অধিক গৰম হৈ পৰিছে। বিজেপিৰ মতে সংসদৰ মজিয়াত ৰাহুল গান্ধীয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে সেইবোৰৰ কোনো প্ৰমাণ নাই আৰু ই এক অপৰাধমূলক কাৰ্য। এতিয়া লোকসভাৰ মজিয়াত এই প্ৰস্তাৱক লৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd