• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কোমল গাদীত বহা ভিআইপি কৃষক ৰাহুল গান্ধী’; কংগ্ৰেছক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 4:59 pm

2 min read

index.jpg
258
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কোমল গাদীত বহা এজন ভিআইপি কৃষক বুলি কটাক্ষ কৰিছে কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে।

উল্লেখ্য যে, মংগলবাৰে পঞ্চাৱৰ পাটিয়ালাৰ এক জনসভা সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা নতুন কৃষি আইনক তীব্ৰ বিৰোধিতা কৰিছিল।

ৰাহুল গান্ধীৰ দাবী কৰে যে নতুন কৃষি আইনে কৃষকৰ খাদ্য আৰু নিৰাপত্তাৰ পৰিকাঠামোকে ধ্বংস কৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ তীব্ৰ বিৰোধিতাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ট্ৰেক্টৰত বহি এক বিক্ষোভ প্ৰদৰ্শনো কৰিছিল। ৰাহুল গান্ধীৰ মতে মোদীয়ে এই বিল সংসদত পেচ কৰি কৃষকৰ ওপৰতে আক্ৰমণ কৰিছে।

ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক তীব্ৰ বাক্য বাণেৰে কটাক্ষ কৰা পৰলিক্ষিত হৈছে।

The ‘protest’ launched by Congress is a political protest by those whose vested interests are hurt by the #FarmBills.

Cushioned sofas on tractors is not a protest.

It is ‘Protest Tourism’ to misguide our farmers who are educated & intelligent to see through this facade. pic.twitter.com/MiYz7IndYf

— Hardeep Singh Puri (@HardeepSPuri) October 5, 2020

গুজৰাটৰ বিজেপিৰ সদৰ কাৰ্যালয়ত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, “তেওঁৰ ক্ষমতালৈ অহাৰ সপোন কোনোদিন সফল নহয়। তেওঁ সংসদীয় ঐতিহ্যকে সন্মান নকৰে।”

মন্ত্ৰী ইৰাণীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি আৰু কয়, “ৰাহুলে কেতিয়াও এনে এক ব্যৱস্থাক সমৰ্থন নকৰে, যি ব্যৱস্থাই ক্ষুদ্ৰ, প্ৰান্তীয় কৃষকক দালালৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে।”

ইফালে ট্ৰেক্টৰৰ কোমল গাদীত বহি বিক্ষোভ প্ৰদৰ্শন কৰি থকা ৰাহুল গান্ধীৰ ফ’টো চ’ছিয়েল মেডিয়াত ভাইৰেল কৰিছে বিজেপিৰ হৰদীপ সিং পুৰীয়ে।

বিজেপি নেতা গৰাকীয়ে এইটো প্ৰতিবাদ নে বিজ্ঞাপন বুলিও ৰাহুল গান্ধীক কটাক্ষ কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd