• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২১ৰ নিৰ্বাচনত বলিব ধুমুহা! : মিত্ৰতাৰ দোলেৰে একত্ৰিত হ’ব AJP-ৰাইজৰ দল

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 10, 2020 7:28 pm

1 min read

119682876_106905227831628_189723615465433015_n
14k
VIEWS
Share on FacebookShare on Twitter

কা বিৰোধী সংগ্ৰামৰ যোগেদি বিজেপিক ভেটা দিবলৈ ৰাজ্যত দুটাকৈ নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ অসমৰ ৰাজনীতিত ইতিমধ্যে ভূমিষ্ঠ হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যত ৰাইজৰ দল নামৰ আঞ্চলিক ৰাজনৈতিক দল দুটা ভূমিষ্ঠ হৈছে।

আঞ্চলিকতাবাদত বিশ্বাসী সকলো ৰাইজে এই দুয়োটা নৱ গঠিত আঞ্চলিক দলক ঐক্যৱদ্ধ হৈ ২০২১ৰ অসম বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিচাৰিছিল।

ৰাইজৰ অভিমত আছিল যে বিজেপিক পৰাভূত কৰিবলৈ হ’লে এই দুয়োটা নৱ গঠিত আঞ্চলিক শক্তি ঐক্যৱদ্ধ হোৱাটো অতিকে প্ৰয়োজন।

ৰাইজৰ এই ৰাজনৈতিক দাবী এতিয়া সাকাৰ হোৱাৰ পথত!

নৱ গঠিত দুয়োটা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ২০২১ত একেলগে নিৰ্বাচন খেলিব।

অসম জাতীয় পৰিষদৰ আহ্বায়ক জগদীশ ভূঞাই আজি এই কথা সংবাদ মাধ্যমৰ আগত জনায়।

২০২১ৰ নিৰ্বাচনত দুয়োটা দলৰ ভিতৰত বুজা পৰাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় “এটা সমষ্টিত এজনহে প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হব।”

ইপিনে, অহা নৱেম্বৰ মাহৰ ভিতৰতহে মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত হ’ব বুলি ভূঞাই জনায়।

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ নেতৃত্বই AJPৰ নেতৃত্বক একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বাৰেপতি আহ্বান জনায় আহিছিল।

যদি দুয়োটা দল একত্ৰিত হয় তেন্তে নিশ্চয়কৈ ২১ৰ ৰাজনীতিত ধুমুহা অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

Recent News

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

IMG-20210116-WA0015

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁৱতো আজি আৰম্ভ হ’ল কৰ’না মহামাৰীৰ টীকাকৰণ

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd