• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা ৰাজসাক্ষীৰ ভিত্তিত গোচৰ চলাই আছে অখিল গগৈৰ বিৰুদ্ধে: ৰাইজৰ দল

অখিল গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰৰ আহ্বান ৰাইজৰ দলৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 22, 2021 2:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে এক সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই অখিল গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰৰ আহ্বান জনায়।

তেওঁ কয়,”কেৱল নাম ঠিকনা গোপনে ৰখা দুজন ৰাজসাক্ষীৰ ভিত্তিত নিয়াই গোচৰ চলাই আছে অখিল গগৈৰ বিৰুদ্ধে। ইয়াৰ বিপৰীতে হাজাৰ হাজাৰ ৰাইজে অখিল গগৈক দোষমুক্ত কৰি দিছে। এই বিপুল জনাদেশৰ পাছত অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব।‘’

Apply Now

এজন জনপ্ৰতিনিধি হিচাপে মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ তেওঁৰ অধিকাৰ আছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে কা  আন্দোলনৰ সময়ত প্ৰত্যেকজন অসমীয়াই সেই আন্দোলনত নামি পৰিছিল কিন্তু কেৱল অখিল গগৈ কাৰাবন্দী হৈ ৰ’ল। এই কথায়ে প্ৰমাণিত কৰে যে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ এক অক্ৰোশমূলক ৰাজনৈতিক গোচৰ।

গতিকে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজনৈতিক কাৰণত তৰা গোচৰ প্ৰত্যাহাৰ কৰি চৰকাৰে অখিল গগৈক কাৰামুক্ত কৰিব লাগে বুলি দাবী কৰে শইকীয়াই।

ইয়াৰ উপৰি শইকীয়াই কয়, “অখিল গগৈ শিৱসাগৰৰ বিধায়ক হোৱাৰ উপৰিও অসমৰ স্বাৰ্থত অসম বিধানসভাত মাত মাতিব লগা ১২৬ জন বিধায়কৰ মাজৰ এগৰাকী। যদি কাৰাবন্দী হৈ থাকে, তেন্তে নিশ্চিতভাৱে অসম বিধানসভাতো এগৰাকী বিধায়ক কমি থাকিব। গতিকে পঞ্চদশ অসম বিধানসভাত যাতে ১২৬ গৰাকী পূৰ্ণ বিধায়ক কাৰ্যক্ষম হৈ থাকে, সেই কথা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে।‘’

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd