• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত ৰাইজৰ দলৰ ৰণশিঙা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 4, 2021 5:37 pm

1 min read

আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত ৰাইজৰ দলৰ ৰণশিঙা
205
VIEWS
Share on FacebookShare on Twitter

অখিল গগৈৰ মুক্তিৰ দাবী আৰু বিজেপি চৰকাৰে কৰি অহা দুৰ্নীতি, মিছা প্ৰতিশ্ৰুতি, অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ শিৱসাগৰত আজিৰে পৰা ৰাইজৰ দলে পদযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছে।

শিৱসাগৰ বিধান সভা সমষ্টিৰ ১৮ খন পঞ্চায়তত ১৮০ টা ৱাৰ্ডত আজিৰে পৰা ৰাইজৰ দলে ঘৰে ঘৰে গৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিব।

‘‘ৰাইজৰ দলৰ চৰকাৰ হলে সাৰদা, লুইবাৰ্জাৰ, উত্তৰ কাছাৰ কেলেংকাৰীৰ মহা নায়ক হিমন্ত বিশ্ব শৰ্মা জেললৈ যাবলৈ সাজু থাকক,’’ পদযাত্ৰাৰ শুভাৰম্ভৰ মুহূৰ্তত এই মন্তব্য বেদান্ত লহকৰৰ।

শিৱসাগৰৰ টাই সংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা আজি পুৱা ১০ বজাৰ পৰা ৰাইজৰ দলৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

আনহাতে, ৰাইজৰ দলৰ অন্যতম আহ্বায়ক শৃংখল চলিহাই কয় শিৱসাগৰলৈ আহি নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই যিমানেই নিৰ্বাচনী প্ৰচাৰ নচলাওক কিয়,  শিৱসাগৰৰ পৰা অখিল গগৈক জিকায় পঠিয়াবলৈ শিৱসাগৰৰ সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো আঞ্চলিকতাবাদী ৰাইজ বদ্ধপৰিকৰ।

আগন্তুক নিৰ্বাচনত উজনি অসমৰ পৰা বিজেপিক নিশেঃষ কৰা হ’ব বুলিও মন্তব্য কৰে শৃংখল চলিহাই।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd