• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঔৰাংগাবাদত ৰে’লৰ খুন্দাত প্ৰব্ৰজিত শ্ৰমিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 2:02 pm

1 min read

ঔৰাংগাবাদত ৰে’লৰ খুন্দাত প্ৰব্ৰজিত শ্ৰমিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰ
835
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত শুকুৰবাৰে ৰাতিপুৱা মালবাহী ৰে’লগাড়ীয়ে ১৬ গৰাকীকৈ প্ৰব্ৰজিত শ্ৰমিকক মহটিয়াই নিয়া ঘটনাত শোক প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।

শোকৱাহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে তদন্তৰ নিৰ্দেশ দিয়া বুলি কয় ৰে’ল মন্ত্ৰী গোৱেলে।

‘‘দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সাহায্য অভিযান অব্যাহত আছে…..দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক সকলৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো,’’ পিযুষ গোৱেলে লগতে কয়।

মালবাহী ৰে’লৰ খুন্দাত ১৬ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে পাঁচ গৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছিল।

বাতৰি অনুসৰি, এই শ্ৰমিককেইজন মধ্য প্ৰদেশৰ নিজ ঘৰলৈ উভতি গৈ আছিল।

শ্ৰমিক কেইজনে ৰে’ল লাইনৰ ট্ৰেকত ধৰি খোজ কাঢ়ি গৈ আছিল।

ৰে’লৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, নিশা শ্ৰমিক কেইজনে ট্ৰেকৰ ওপৰতে শুই পৰিছিল।

শুকুৰবাৰে পুৱতি নিশা তেওঁলোকৰ ওপৰেৰে মালবাহী ট্ৰেইনখন পাৰ হৈ যায়।

লকডাউনৰ মাজতে বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ বাবে বিশেষ শ্ৰমিক ৰে’ল চলোৱা আৰম্ভ কৰা হৈছে।

ইয়াৰ মাজতে বহুতেই খোজকাঢ়ি ঘৰলৈ ওভতাৰ চেষ্টা কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো দুৰ্ঘটনা সন্দৰ্ভৰত গভীৰ শোক প্ৰকাশ কৰি ৰে’ল মন্ত্ৰী পিযুষ গোৱেলক ইয়াৰ পৰ্যালোচনা কৰিবলৈ কয়।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd