• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষক ৰমাকান্ত দে’ৰ হত্যাৰ অভিযোগত ৰেইলৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
May 9, 2020 1:42 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

ডিটকচড়াৰ ল’ৱাৰ মিচিকুই এল পি স্কুলৰ প্ৰধান  শিক্ষক ৰমাকান্ত দে’ৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আজি ৰেইল আৰক্ষীয়ে ডিটকচড়াৰৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে হাৰাংগাজাওৰ চাইডিং গাঁৱৰ লালমালচাম কুজুৰ (২০), জগ্গু গৌড় (৩৮) আৰু দুখু হাজাম (৫০)।

ভাৰতীয় দণ্ডবিধিৰ ৩৪ ধাৰাৰ ৩০২ৰ অধীনত ০৯/২০২০ নম্বৰত বদৰপুৰ জি আৰ পিত এটা গোচৰ ৰুজু কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১ মে’ত শিক্ষক ৰমাকান্ত দে হাৰাঙ্গাজাও বেংকৰ পৰা দৰমহাৰ ধন উলিওৱাৰ বিষয়ে দুখু হাজমে জানিব পাৰিছিল।

ইয়াৰ পিছতে দুখু হাজমে লালমালচাম আৰু জগ্গুৰ সৈতে মিলি শিক্ষক গৰাকীক হত্যা কৰে। তেজেৰে ৰাঙলী হৈ থকা শিক্ষক গৰাকীৰ মৃতদেহ  ৰেইলপথৰ দাঁতিত থকা এটা ড্ৰেইনত দেখিছিল স্থানীয় ৰাইজে।

আৰক্ষীৰ মতে ল’ক ডাউনৰ সুযোগ লৈ এই তিনিওজন লম্পটে শিক্ষক ৰমাকান্তৰ ধন লুটি মূৰত বেয়াকৈ আঘাত কৰি নিৰ্জন এলেকাত পেলাই থৈ পলাই গৈছিল।

Recent News

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

পাহাৰস্থিত দুৰ্গম গুহাৰ পৰা উদ্ধাৰ ৰাছিয়ান মহিলা আৰু ২ কন্যা, ভাৰতৰ ক’ত সংঘটিত হৈছে এই ঘটনা?

পাহাৰস্থিত দুৰ্গম গুহাৰ পৰা উদ্ধাৰ ৰাছিয়ান মহিলা আৰু ২ কন্যা, ভাৰতৰ ক’ত সংঘটিত হৈছে এই ঘটনা?

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd