• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা যাত্ৰীয়ে ৰে’লৱে ষ্টেশ্যনৰ কাউন্টাৰতো বুকিং কৰিব পাৰিব ৰিজাৰ্ভেশ্যন টিকট

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2020 7:36 am
79073-trainticketcounter-pixabay

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: Pixabay

12.6k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ মাজতে আৰম্ভ হোৱা ৰে’ল সেৱাত ষ্টেশ্যনৰ কাউন্টাৰত টিকট বুকিঙৰ সুবিধা বন্ধ কৰি ৰখা হৈছিল।

বৰ্তমান চলি থকা ৰে’লসমূহৰ বাবে যাত্ৰীয়ে অনলাইনৰ জৰিয়তে টিকট বুক কৰিব লাগে যদিও এতিয়া ৰে’ল বিভাগৰ সিদ্ধান্ত অনুসৰি কাউন্টাৰৰ পৰাও টিকট বুক কৰিব পৰা যাব।

শুকুৰবাৰৰ পৰাই যাত্ৰীসকলে ষ্টেশ্যনৰ কাউন্টাৰৰ পৰা টিকট সংৰক্ষণ কৰিব পাৰিব।

ৰে’লৱেই জানিবলৈ দিয়া মতে সংৰক্ষিত যাত্ৰাৰ বাবে যাত্ৰীয়ে ষ্টেশ্যনৰ ৰে’লৱেৰ পৰিসৰৰ ভিতৰত থকা কাউন্টাৰৰ পৰা টিকট বুকিং কৰিব পাৰিব।

order_052120093207.png

অৱশ্যে, টিকট বুকিঙৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ দায়িত্ব ৰে’লৱেৰ মাণ্ডলিক কাৰ্যালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে।

ৰে’ল বিভাগে জানিবলৈ দিছে যে ৰিজাৰ্ভ টিকটৰ বুকিং আৰু বাতিলকৰণ সুবিধা পোষ্ট অপিচ আৰু যাত্ৰী টিকটৰ সুবিধা কেন্দ্ৰ অনুজ্ঞাপত্ৰ থকাসকলকহে দিয়া হৈছে।

তদুপৰি, IRCTCৰ কৰ্তৃত্বশীল এজেন্ট, ৰে’লৱে পৰিসৰৰ ভিতৰত যাত্ৰী ৰিজাৰ্ভেশ্যন চিষ্টেম তথা সাধাৰণ সেৱা কেন্দ্ৰসমূহক অফলাইন টিকট বুক কৰাৰ অনুমতি দিয়া হৈছে। সকলোতে সামাজিক দূৰত্ব বজাই ৰখাটো জৰুৰী হ’ব।

আনহাতে, ১ জুনৰ পৰা চলিবলগীয়া ৰে’লসমূহৰ বাবে বৃহস্পতিবাৰৰ পৰা বুকিং আৰম্ভ হৈছে।

যাত্ৰীৰ সুবিধাৰ বাবে ৰে’ল বিভাগে ১জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে যোৱা ১২ মে’ৰ পৰা বিশেষ ৰে’লৰ সেৱা আৰম্ভ কৰা হৈছিল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd