• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰত খান্দি থাকোতেই খহি পৰিল ৰে’লৰ সুৰংগ, দুজন শ্ৰমিক নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 6:10 pm

1 min read

BS6-Royal-Enfield-Bullet
190
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰত আজি বিয়লি সংগটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

চন্দ্ৰপুৰত উত্তৰ পূব ৰে’লৱেৰ এটা কালভাৰ্ট নিৰ্মাণৰ বাবে  সুৰংগ খান্দি থকাৰ সময়তে আজি হঠাতে ওপৰৰ পৰা মাটি খহি পৰে।

ফলত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ আৰু ৰে’ল বিভাগৰ লোকৰ তৎপৰতাত সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ পৰা পাঁচ জন শ্ৰমিক উদ্ধাৰ কৰা হয়।

মাটি খহি পৰা সুৰংগটোৰ ভিতৰত আৰু বহু কেইজন শ্ৰমিক আৱদ্ধ হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

বাতৰি যুগুত কৰা পৰলৈকে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিয়ান চলি আছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি ৰে’ল বিভাগৰ কোনো কাৰিকৰী বিষয়ত পাৰ্গত লোকৰ অনুপস্থিতে শ্ৰমিকসকলে সুৰংগটো খান্দি গৈছিল।

পাহাৰীয়া মাটিত সুৰংগ খান্দোতে ল’বলগীয়া সাৱধানতা খিনি অৱলম্বন কৰা হোৱা নাছিল বুলিও বহুতে অভিযোগ কৰিছে।

এই ঘটনাত এতিয়ালৈকে দুজন শ্ৰমিকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

ঘটনাটোত আহত শ্ৰমিকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ৰে’লৰ নিৰ্মীয়মাণ সুৰংগ খহি পৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত শ্ৰমিক এজনৰ নাম চাইফুল ইছলাম বুলি জানিব পৰা গৈছে।

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd