DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৩০ জুনৰ পূৰ্বে যাত্ৰা কৰিবলগীয়া ৰে’লৰ সকলো অগ্ৰিম টিকট বাতিল কৰিছে ৰে’ল মন্ত্ৰালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2020 2:18 pm
train-india-lockdown.jpg

প্ৰতিনিধিত্বমূলক ফ'টো

5.5k
VIEWS
Share on FacebookShare on Twitter

৩০ জুন আৰু তাৰ পূৰ্বে যাত্ৰা কৰিবলগীয়া ৰে’লৰ সকলো অগ্ৰিম টিকট বাতিল কৰা হৈছে।

ৰে’লৱে মন্ত্ৰালয়ে এই কথা ঘোষণা কৰি কয় যে ২৫ মাৰ্চৰ পূৰ্বে বুকিং কৰা সকলো টিকট বাতিল কৰা হৈছে আৰু যাত্ৰীসকলক ভাড়া ঘূৰাই দিয়া হ’ব।

৩০ জুনৰ পূৰ্বে যাত্ৰা কৰিবলৈ ল’কডাউনৰ আগতে ৰিজাৰ্ভেশ্যন কৰা সকলো যাত্ৰীৰে টিকট বাতিল কৰাৰ ফলত যাত্ৰীসকলে ঘূৰাই ভাড়াসমূহ পাব।

উল্লেখ্য যে ক’ৰ’নাতংকৰ বাবে দেশজুৰি হঠাৎ বলৱৎ কৰা ল’কডাউনৰ ফলত দেশত ৰে’ল চলালচল বন্ধ হৈ আছে।

ৰে’ল চলাচল বাতিল কৰিলেও ৰে’লৱে বিভাগ এই অগ্ৰিম টিকট বুকিং কৰাৰ যাত্ৰীসকলৰ টিকট বাতিল কৰা লগতে ভাড়াৰ পইচা ঘূৰাই দিয়া নাছিল।

উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেই যোৱা ১২ মে’ৰ পৰা পৰ্যায়ক্ৰমে দেশত ল’কডাউনৰ মাজতে পুনৰ ৰে’ল চলাচল আৰম্ভ কৰিছে।

ল’কডাউনৰ ফলত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা শ্ৰমিকৰ বাবে ১২ মে’ৰ পৰা আৰম্ভ হোৱা ১৫ খন ৰে’ল সূচীমতে চলাচল কৰিব বুলি ৰে’ল মন্ত্ৰালয়ে জনাইছে।

মন্ত্ৰালয়ে কৈছে যে ১৩ মে’ৰ পৰা IRCTC এ অগ্ৰিম টিকট কৰা সকলো যাত্ৰীৰে গন্তব্য স্থান অনুসন্ধান কৰিছে।

প্ৰয়োজন হ’লে ই কোভিড১৯ৰ কন্টেক ট্ৰেচিঙতো সহায় কৰিব।

আনলাইন বুকিঙৰ বাবে নতুন নিয়ম আৰম্ভ কৰাৰ কথাও মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd