• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাইনাৰ অনুপস্থিতিয়ে চি এছ কেত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে : এলবি মৰ্কেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 6:58 am

1 min read

ৰাইনাৰ অনুপস্থিতিয়ে চি এছ কেত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে : এলবি মৰ্কেল

এল বি মৰ্কেল

198
VIEWS
Share on FacebookShare on Twitter

সুৰেশ ৰাইনাই চলিত আই পি এলৰ পৰা আতৰি থকাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই চেন্নাই চুপাৰ কিংগছত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ এলবি মৰ্কেলে।

”চেন্নাই চুপাৰ কিংগছৰ বাবে ৰাইনা ৰান মেচিন আছিল আৰু ফিল্ডিঙত সুদক্ষ…..চেন্নাই চুপাৰ কিংগছে এতিয়া ৰাইনাৰ বিকল্প এগৰাকী ক্ৰিকেটাৰ বিচাৰিব,” এলবি মৰ্কেলে লগতে কয়।

উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে চেন্নাই চুপাৰ কিংগছৰ হৈ ৭৮ খন খেলত ভাগ লৈছিল।

মৰ্কেলে মহেন্দ্ৰ সিং ধোনী সন্দৰ্ভতো মত ব্যক্ত কৰি ধোনীক তেওঁ দেখা শ্ৰেষ্ঠ অধিনায়ক সকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কয়।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষৰ আই পি এল য়ু এ ইত অনুষ্ঠিত হ’ব।

য়ু এ ইত থকাৰ সময়তে চেন্নাই চুপাৰ কিংগছৰ ভালেকেইগৰাকী চাপোৰ্ট ষ্টাফৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণত আই পি এল নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতলৈ উভতি আহিছিল।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd