• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু লাগে! ১৬ হাজাৰ কোটি টকাৰ প্ৰস্তাৱো নাকচ! বিক্ৰী নহয় ৰাজস্থান ৰয়েলছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2026 3:41 pm
157
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল মানেই কোটি টকাৰ খেল। বিশ্বৰ আটাইতকৈ চহকী ক্ৰিকেট লীগ। ব্ৰেণ্ড মূল্যৰ ক্ষেত্ৰত বিশ্বৰ সকলো ক্ৰীড়াৰ ভিতৰত তৃতীয় স্থানত। এই ব্যয়বহুল লীগত দলসমূহো ব্যয়বহুল হ’ব, সেইটোৱেই প্ৰত্যাশিত। কিন্তু সেইটো ইমানেই ব্যয়বহুল!

জানিব পৰা গৈছে যে কলম্বিয়া পেচিফিক কেপিটেল পাৰ্টনাৰ্ছে ৰাজস্থান ৰয়েলছ ক্ৰয়ৰ বাবে ১৬ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ দিছিল। ৰাজস্থান ৰয়েলছৰ বৰ্তমানৰ ব’ৰ্ডে সেই প্ৰস্তাৱো ঘূৰাই দিছে। তেওঁলোকৰ মতে ফ্ৰেঞ্চাইজিৰ মূল্য আৰু বেছি হ’ব।

Apply Now

এই মুহূৰ্তত প্ৰায় ৬৫ ​​শতাংশ ফ্ৰেঞ্চাইজি ইমাৰ্জিং মিডিয়া স্প’ৰ্টিং হোল্ডিংছ লিমিটেডৰ হাতত আছে। ইয়াৰ মালিক মনোজ বাদল। ইয়াৰ উপৰিও লাচলান মাৰ্ডক আৰু ৰেডবাৰ্ড কেপিটেলো অংশীদাৰ। তেওঁলোকৰ হাতত আছে ১৩ আৰু ১৫ শতাংশ শ্বেয়াৰ।

আনহাতে, চিপিচিপিৰ বাহিৰেও মুঠ চাৰিটা কোম্পানীয়ে ৰাজস্থান ৰয়েলছ ক্ৰয় কৰিবলৈ আগ্ৰহী আছিল। ইয়াৰ ভিতৰত কাল সোমানীয়ে ৰাজস্থানলৈ প্ৰায় ১.৩ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ১১,৯৫৬ কোটি) অফাৰ দিছিল। ইয়াক ৰাজস্থান ব’ৰ্ডে নাকচ কৰিছিল।

অৱশ্যে আটাইতকৈ ডাঙৰ অফাৰটো দিছিল কলম্বিয়া পেচিফিক কেপিটেল পাৰ্টনাৰ্ছে। কোম্পানীটোৰ এই অফাৰ মুঠ ১.৭ বিলিয়ন ডলাৰ। অৰ্থাৎ প্ৰায় ১৬ হাজাৰ কোটি টকা। কোম্পানীটোৰ মালিকীস্বত্ত আছে নিশা সচদেৱ আৰু দেৱজিৎ গুপ্তাৰ হাতত। কিন্তু ৰাজস্থানে সেই বিশাল প্ৰস্তাৱো মানি লোৱা নাই। তেওঁলোকে ভাবে যে ইয়াতকৈ বেছি দাম পোৱা যাব।

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, যদি ৰাজস্থানৰ ইমান মূল্য আছে, তেন্তে আৰ চি বিৰ দৰে দল এটাৰ মূল্য কিমান হ’ব। ইতিমধ্যে আৰচিবি ক্ৰয়ৰ বাবে ২ বিলিয়ন ডলাৰ পৰ্যন্ত অফাৰ দিয়া হৈছে। ৰাজস্থানতকৈ আৰ চি বিৰ জনপ্ৰিয়তা বহু বেছি। স্বাভাৱিকতে ৰাজস্থানৰ দাম ইমান বৃদ্ধি হ’লে আৰ চি বিৰ দাম আৰু বেছি হ’বলৈ গৈ আছে৷

উল্লেখ্য যে ২০০৮ চনত আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন হৈছিল ৰাজস্থান ৰয়েলছ। ২০২২ চনৰ ছিজনত ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত গুজৰাট টাইটানছৰ হাতত ৭ উইকেটত পৰাস্ত হৈ তেওঁলোকৰ সপোন ছিন্নভিন্ন হৈ পৰে। ইপিনে, নিয়মিতভাৱে আই পি এলৰ শীৰ্ষত আছে আৰ চি বি। যোৱা বছৰ তেওঁলোকে প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছিল। ডাঙৰ কথা, বিৰাট কোহলীৰ দৰে তাৰকাই আৰচিবিৰ হৈ খেলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd