• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুধবাৰে গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দল; মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা প্ৰদান কৰিব টিকট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2020 6:26 pm
rajasthan-royals-

ফটো উৎস : ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চিফ অপাৰেটিং অফিচাৰ হেমাংগ আমিন, আই এম জি ৰিলায়েন্সৰ প্ৰতিনিধি আৰু টি-২০ লীগৰ পেৰেণ্ট ব’ডিয়ে আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ আই পি এলৰ দুখন মেচৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক ৰাজস্থান ৰয়েলছ দলৰ নিজা স্থান (home venue) হিচাপে নিৰ্বাচিত কৰিছে।

Apply Now

ষ্টেডিয়াম পৰিদৰ্শনৰ পিছত আই পি এলৰ চিফ অপাৰেটিং অফিচাৰ হেমাংগ আমিন, আই এম জি ৰিলায়েন্সৰ প্ৰতিনিধি, টি-২০ লীগৰ পেৰেণ্ট ব’ডি আৰু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ষ্টেডিয়ামৰ সা-সুবিধা, সুৰক্ষা আদিৰ লগতে বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয় বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইফালে প্ৰথম পৰ্যায়ৰ অনুশীলন শিবিৰৰ বাবে অহা ২৬ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছৰ দল। দলটোৱে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২৭ ফেব্ৰুৱাৰিৰ পৰা ২৯ ফেব্ৰুৱাৰিলৈ অনুশীলন চলাব।

আনহাতে যোৱা ১৬ ফেব্ৰুৱাৰিত প্ৰকাশ পোৱা IPL-2020-ৰ প্ৰাথমিক খেলবোৰৰ সূচী অনুসৰি ৫ এপ্ৰিল আৰু ৯ এপ্ৰিলৰ খেলৰ স্থান হিচাপে জয়পুৰৰ সৈতে গুৱাহাটীক এক বিকল্প হিচাপেহে ৰখা হৈছে।

উল্লেখ কৰিব পাৰি যে জয়পুৰৰ পৰা গুৱাহাটীলৈ ৰাজস্থান ৰয়েলছৰ খেল স্থানান্তৰ কৰাক লৈ ৰাজস্থান উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল।

আৱেদনখনত আৱেদনকাৰী ৰাহুল কানৱাট, বিমল চন্দ চৌধুৰী আৰু য়োগেছ কুমাৰে ন্যায়ালয়ৰ কাষ চাপি কৈছে যে জয়পুৰৰ বাহিৰলৈ খেল স্থানান্তৰ কৰাটো “ৰাজ্যখনৰ বাবে সন্মান হানিকৰ” হ’ব।

এই আইনী মেৰপেঁচৰ বাবেই গুৱাহাটীক নিশ্চিত স্থান হিচাপে সূচীত ঘোষণা কৰা নাই যদিও মেচ দুখন গুৱাহাটীতে অনুষ্ঠিত হ’ব বুলি অসম ক্ৰিকেট সন্থা আশাবাদী।

আইনীভাৱে যদি কোনো বাধা নাহে তেন্তে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ মেচ দুখনৰ বাবে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা টিকট প্ৰদান কৰা হ’ব বুলিও অসম ক্ৰিকেট সন্থাই জানিবলৈ দিয়ে।

গুৱাহাটীক ৰাজস্থান ৰয়েলছ দলৰ নিজা স্থান (home venue) হিচাপে বিবেচিত কৰা হ’ব বুলি ওলোৱা খবৰৰ পিছতে উৎসাহী হৈ পৰিছিল অসমৰ ক্ৰিকেটপ্ৰেমী। কিয়নো ৰাজস্থান ৰয়েলছ দলত চুক্তিবদ্ধ হৈ আছে অসমৰ ৰিয়ান পৰাগ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd