• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পুতৌলগা অৱস্থাৰ বুজ ল'বলৈ ৰাজস্থানলৈ যোৱাৰ কথা ঘোষণা কৰিছিল কক্ৰোচ জনতা পাৰ্টিৰ অন্যতম আহ্বায়ক আশুতোষ ৰাংকাই। কিন্তু এই ঘোষণাৰ কেইঘণ্টামানৰ পাছতেই ৰাজস্থানৰ বিজেপি চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি বিদ্যালয়সমূহত যিকোনো বিদ্যালয়ৰ বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 4:41 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পুতৌলগা অৱস্থাৰ বুজ ল’বলৈ ৰাজস্থানলৈ যোৱাৰ কথা ঘোষণা কৰিছিল কক্ৰোচ জনতা পাৰ্টিৰ অন্যতম আহ্বায়ক আশুতোষ ৰাংকাই। কিন্তু এই ঘোষণাৰ কেইঘণ্টামানৰ পাছতেই ৰাজস্থানৰ বিজেপি চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি বিদ্যালয়সমূহত যিকোনো বিদ্যালয়ৰ বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

 

Apply Now

উল্লেখ্য যে, কেইদিনমান পূৰ্বে চিজেপিৰ প্ৰধান অভিজিৎ দীপকেয়ে সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰাৰ দাবীৰে ‘স্কুল ঠিক কৰোঁ’ নামৰ এক কাৰ্যসূচী ঘোষণা কৰিছিল। এই কাৰ্যসূচীৰ অংশ হিচাপেই আশুতোষে ৰাজস্থান ভ্ৰমণৰ সিদ্ধান্ত লয়। দেওবাৰে ছ’চিয়েল মিডিয়াত তেওঁ লিখে, “জয়পুৰ, আজমেৰ, যোধপুৰ, উদয়পুৰ, ঢোলপুৰ, ভৰতপুৰ আৰু কোটাসহ ৰাজস্থানৰ বিভিন্ন প্ৰান্তৰ পৰা মই স্কুলৰ অৱস্থা চাবলৈ অনুৰোধ লাভ কৰিছোঁ। স্কুলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ কোনো আগ্ৰহ নাই। সেয়ে মই আগন্তুক কেইদিনমানৰ ভিতৰত এই সকলোবোৰ ঠাইলৈ যাম।”

 

আশুতোষৰ এই পোষ্টৰ পাছতেই ৰাজস্থানৰ স্কুল শিক্ষা বিভাগৰ সঞ্চালক ললিত কুমাৰে এখন নিৰ্দেশনা প্ৰকাশ কৰে। নিৰ্দেশনাটোত কোৱা হৈছে যে, অভিভাৱকৰ অনুপস্থিতিত স্কুলৰ অধ্যক্ষ বা প্ৰধান শিক্ষকসকলেই ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ভূমিকা পালন কৰে। সেয়েহে শিক্ষাৰ্থীৰ সুৰক্ষা, নিৰাপত্তা আৰু গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত বাহিৰাগতৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰী কামত নিয়োজিত লোকৰ বাহিৰে আন কোনো লোকে প্ৰধান শিক্ষকৰ অনুমতি নোলোৱাকৈ স্কুলৰ ভিতৰত সোমাব নোৱাৰিব। আনকি অনুমতি নোলোৱাকৈ স্কুল চৌহদত ফটো তোলাৰ ওপৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

 

প্ৰসংগক্ৰমে, যোৱা বৃহস্পতিবাৰে পশ্চিমবংগৰ বাঁকুৰা জিলাৰ ইন্দাস অঞ্চলত চিজেপিৰ ‘স্কুল ঠিক কৰোঁ’ কাৰ্যসূচীত অংশ লৈ এখন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ অৱস্থা চাবলৈ গৈছিল শ্বেখ আব্দুল হাফিজ নামৰ এজন যুৱক। অভিযোগ অনুসৰি, সেইদিনা নিশাই হাফিজৰ পিতৃ শ্বেখ মহম্মদ মাফিকক কেইজনমান বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰি হত্যা কৰে। নিহতৰ পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এজন বিজেপি নেতাসহ আঠজনক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd