• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ পৰা বিধায়ক ৰাজদ্বীপ গোৱলা আৰু ৰুমী নাথক বহিস্কাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 9, 2020 7:18 pm

1 min read

কংগ্ৰেছৰ পৰা বিধায়ক ৰাজদ্বীপ গোৱলা আৰু ৰুমী নাথক বহিস্কাৰ
483
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ বিধায়ক ৰাজদ্বীপ গোৱলা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হৈছে।

দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত দুয়ো গৰাকী নেতাক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

আজি এক প্ৰেছ বিবৃতি যোগে ৰিপুন বৰাই এই কথা ৰাজহুৱা কৰে।

ৰাজদ্বীপ গোৱলা লখিমপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ বিপৰীতে বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আছিল ৰুমী নাথ।

দুয়োগৰাকী কংগ্ৰেছ নেতাক ৬ বছৰলৈ কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে সভাপতি ৰিপুন বৰাই।

 

প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে ৰাজদ্বীপ গোৱলা আৰু ৰুমী নাথক।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে. কংগ্ৰেছত থাকিলেও দুয়ো বিজেপিৰ লগত গোপনে মিতিৰালী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল দীৰ্ঘদিনৰ পৰা।

উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ মাৰ্চ মাহতে ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল।

ৰিপুন বৰাই হিমন্তৰ মন্তব্যক খণ্ডন কৰি সেয়া অপপ্ৰচাৰ বুলি উল্লেখ কৰিলেও বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কথাই সত্য হোৱাৰ পথত আগবাঢ়িছে।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd