• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত “লাইফ ইন্‌ এ পাপেট”লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 3, 2021 8:48 am
Life of a puppet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰনা মহামাৰীয়ে চলচ্চিত্ৰ জগতখনত প্ৰতিবন্ধকতা আনি দিয়াৰ সময়তেই  বিকল্প ব্যৱস্থা হিচাপে ভাৰ্চুৱেল প্লেটফৰ্মত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পুতলা নাচক চলচ্চিত্ৰৰ মাধ্যমত উজ্জ্বলাই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে অসমৰ চলচ্চিত্ৰ পৰিচালক তথা অধ্যাপক ৰাজেন দাসে।

ৰাজেন দাস পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”  পুণেত অনুষ্ঠিত হোৱা ষষ্ঠ বাৰ্ষিক ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহ চমুকৈ CSIFF ত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হোৱা খবৰে ক’ৰনাকালৰ দুঃসময়ৰ মাজতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ৰাজ্যখনলৈ৷

Apply Now

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বীৰপুৰুষ ছত্ৰপতি শিৱাজীৰ স্মৃতিত উৎসৰ্গিত আৰু বিশ্বৰ IMDB ৰিভিউ তালিকাত শ্ৰেষ্ঠ ১০০ চলচ্চিত্ৰ মহোৎসৱৰ অন্তৰ্গত এই চলচ্চিত্ৰ সমাৰোহখন এইবাৰ ক’ৰণাকালৰ বাবে ভাৰ্চুৱেল প্লেটফৰ্মত কেৱল প্ৰতিযোগিতা শাখাহে অনুষ্ঠিত হৈছে৷

দেশ-বিদেশৰ বহুসংখ্যক ছবিৰ মাজত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন পাপেট”এ তিনিটা শাখাত মনোনয়ন পাবলৈ সক্ষম হৈছিল৷

চুড়ান্ত পৰ্যায়ত “লাইফ ইন্‌ এ পাপেট”এ শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে “লাইফ ইন্‌ এ পাপেট” পৰিয়াল৷

যোৱা ৩০ মে’ত সামৰণি পৰা চলচ্চিত্ৰ সমাৰোহখনৰ শ্ৰেষ্ঠ ছবিৰ “Best Feature Film Award” চাৰ্টিফিকেট বুধবাৰে “লাইফ ইন্‌ এ পাপেট”ৰ পৰিচালক ৰাজেন দাসক ভাৰ্চুৱেল মাধ্যমত প্ৰদান কৰে মহোৎসৱ কৰ্তৃপক্ষই।

এই সন্দৰ্ভত পৰিচালক ৰাজেন দাসে কয়, “অসমৰ ৰাইজে আগ্ৰহেৰে ৰৈ থকা আৰু বহু মৰম দিয়া চলচ্চিত্ৰ ’লাইফ ইন্‌ এ পাপেট’ক ঘৰুৱা দৰ্শকৰ সন্মুখত  কলাগুৰু বিষ্ণুৰাভা দিৱসৰ প্ৰাকক্ষণতে মুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাই থকা হৈছিল। কিন্ত ক’ৰনা মহামাৰীয়ে আমাৰ এই যাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য কৰিলে। ক’ৰনাকালৰ পৰিস্থিতি স্বাভাৱিক হ’লেই আমি অসমৰ ৰাইজক ছবিখন উপহাৰ দিম বুলি সাজু হৈ আছো।‘’

তেওঁ লগতে কয়, ‘’কিন্ত অসমৰ পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আমি প্ৰসাৰ কৰিব পাৰো তাৰ বাবে বিকল্প মাধ্যম হিচাপে ভাৰ্চুৱেল প্লেটফৰ্মত চলচ্চিত্ৰ সমাৰোহত যোগদান অব্যাহত ৰাখিছো। শেহতীয়া পুণে CSIFF চলচ্চিত্ৰ সমাৰোহৰ সাফল্য নিশ্চিতভাৱে এই দুঃসময়ৰ মাজত আমাৰ বাবে আশা আৰু প্ৰেৰণাদায়ক বাতৰি৷’’

ছবিখনৰ সংগীত পৰিচালক ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালী শৰ্মা আৰু অভিনেত্ৰী আশা বৰদলৈয়েও এই সাফল্যৰ বাবে আনন্দ প্ৰকাশ কৰি এয়া ক’ৰণাকালৰ মাজত ইতিবাচক খবৰ বুলি মন্তব্য কৰিছে৷

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd