• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোক ঠেলিয়াই গতিয়াই চৰ লাঠি মাৰি খেদি দিয়াৰ নিচিনা হ’ল: ৰাজেন গোহাঁইৰ দুখ

পদত্যাগ নকৰে, বিজেপিয়ে খেদি দিলেও ঘৰৰ এটা চুকত পৰি ৰ’ব ৰাজেন গোহাঁই!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2021 7:47 pm
rajen gohain
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন-বিজেপিৰ দপ-দপনিত অতিষ্ঠ হৈ পৰিছে পুৰণি বিজেপি নেতা-কৰ্মী। দাদা বিগ্ৰেটৰ দপ দপনিয়ে সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত থকা ১১ জন বিধায়কৰ টিকট কৰ্তন কৰিলে কেন্দ্ৰীয় বিজেপিয়ে।

তেনে সময়তে বঢ়মপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি বঞ্চিত হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা নগাওঁৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ এতিয়া ক্ষোভৰ উদগিৰণ হোৱাৰ লগতে দুখতো ভাগি পৰিছে।

Apply Now

আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি গোহাঁইয়ে কয় ‘দলে আজিকালি আমাক কোনো সভা সমিতি কৰিবলৈয়ো দায়িত্ব নিদিয়ে। সেয়েহে হয়তো ঠেলিয়াই গতিয়াই চৰ লাঠি মাৰি খেদি দিয়াৰ নিচিনা হ’ল।‘

‘বিজেপিয়ে মোক এলাগিয়ে কৰিছে নে খেদিছে সেইটো তেওঁলোকে বুজি পাব। মোৰতো এনে লাগিছে মোক বিজেপিয়ে খেদি দিছে। গুচি গ’লেও যা।‘ গোহাঁইয়ে দুখ কৰি কয়।

ইপিনে, টিকট বঞ্চিত হোৱাৰ পাছত অন্য দলত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গোহাঁইয়ে কয় ‘বিজেপি দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিলো ভৱিষ্যতেও থাকিম।বিজেপিৰ পতাকাখন লৈয়ে মই মৃত্যুবৰণ কৰিব খোজো।‘

‘মই মানসিকভাৱে সুস্থিৰ নহয়। হয়তো মই কিছুদিনৰ বাবে ফুৰিবলৈ ওলাই যাম।‘ বিজেপিৰ হৈ প্ৰচাৰ চলাব নে নাই বুলি সাংবাদিকে সোধাত তেওঁ এইদৰে কয়।

ইপিনে, ‘মই দলৰ এজন জ্যেষ্ঠ কৰ্মী।‘ বুলি উল্লেখ কৰি বিজেপিৰ উত্থানত তেওঁৰ ভুমিকাৰ বিষয়ে উল্লেখ কৰে গোহাঁইয়ে।

তেওঁ কয় ‘দলৰ শূণ্য অৱস্থাৰ পৰা বা অস্তিত্বহীন অৱস্থাৰ পৰা ৰাইজৰ মাজলৈ দলটো নিয়াৰ ক্ষেত্ৰত জীৱনৰ আটাইতকৈ মূল্যবান সময় খৰচ কৰিছো। যি সময়ত মই মোৰ ল’ৰা-ছোৱালীক সময় দিব লাগিছিল তাত সময় নিদি দলক শক্তিশালী কৰাৰ বাবে ২০ বছৰ সময় দিলো। মোৰ সভাপতিত্বৰ কালতো অসমৰ গাঁৱে গাঁৱে দলৰ পতাকা কঢ়িয়াই লৈ গৈছিলো।‘

শেষ মুহূৰ্তত সংসদীয় ৰাজনীতিতো  বিজেপিয়ে তেওঁক বঞ্চিত কৰিলে বুলি উল্লেখ কৰি গোহাঁইয়ে লগতে কয় ‘এইবাৰো মই বিধানসভাত প্ৰতিদ্বন্দিতা কৰিব খুজি তাৰ পাছত অৱসৰ ল’ব খুজিছিলো। সকলোৱে মোৰ এই কথাত সঁহাৰি দিছিল কিন্তু শেষ মুহূৰ্তত মোক বঞ্চিত কৰিলে।‘

বিজেপি ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ কথাটো গোহাঁইৰ বিবেকে নকয় বুলিও তেওঁ দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd