• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মোৰ হাতত টকা নাই…’ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰি কান্দোনত ভাঙি পৰিল ৰাজপাল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 12:29 pm
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰিছে অভিনেতা ৰাজপাল যাদৱে। কিন্তু আত্মসমৰ্পণৰ পূৰ্বে ৰাজপাল যাদৱে কি বক্তব্য দিছিল জানেনে? তিহাৰ জেলৰ বিষয়াসকলক তেওঁ যি কৈছিল সেইটোৱে সকলোকে অবাক কৰি তুলিছে। তেওঁৰ এই বক্তব্যই পুনৰবাৰ চলচ্চিত্ৰ জগতৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু ৰাজপালৰ অনুৰাগীক আৱেগিক কৰি তুলিছে।

তিহাৰ জেলৰ বিষয়াৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পূৰ্বে ৰাজপালে আৱেগিক বক্তব্য আগবঢ়ায়। নিজৰ পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ গৈ কান্দোনত ভাঙি পৰি তেওঁ কয়, ‘ছাৰ, মই কি কৰিম? মোৰ হাতত টকা নাই। মই আন কোনো সমাধান দেখা নাই… ছাৰ, আমি সকলোৱে ইয়াত অকলশৰীয়া। মোৰ কোনো বন্ধু নাই। মই অকলে এই পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।’

Apply Now

এই গোচৰটো ২০১০ চনৰ। ৰাজপাল যাদৱে তেওঁৰ ছবি ‘আতা পাটা লাপাতা’ৰ বাবে মুৰালী প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ পৰা ৫ কোটি টকা ঋণ লৈছিল। বক্স অফিচত ছবিখন বিফল হোৱাৰ ফলত অভিনেতাগৰাকীয়ে আৰ্থিক সংকটত ভুগিবলগীয়া হয়। তদুপৰি বেংকত ধনৰ অভাৱত তেওঁৰ চেক বাউন্স হৈ যায়।

২০১৮ চনৰ এপ্ৰিল মাহত এখন দণ্ডাধীশৰ আদালতে ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীক নিগোশ্যিয়েবল ইনষ্ট্ৰুমেন্ট এক্টৰ ১৩৮ ধাৰাত দোষী সাব্যস্ত কৰি ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ৰাজপাল যাদৱে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেইবাখনো আবেদনৰ জৰিয়তে সময় বিচাৰিছিল। যদিও তেওঁ সময় পাইছিল, তথাপিও তেওঁৰ বাকী থকা ঋণ প্ৰায় ৯ কোটি টকালৈ বৃদ্ধি পোৱা বুলি জনা গৈছে।

সময়ৰ লগে লগে অভিনেতাগৰাকীয়ে বাকী থকা ধনৰ এটা অংশ দিছিল। কিন্তু বাৰে বাৰে পলম হোৱা আৰু আদালতৰ সময়সীমা পূৰণ নকৰাৰ বাবে আদালতে তেওঁৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাজপাল যাদৱৰ ৰেহাইৰ আৱেদনৰ উত্তৰত আদালতে কয় যে কোনো ব্যক্তিৰ ৰাজহুৱা প্ৰফাইল নিৰ্বিশেষে বাৰে বাৰে ক্ষমা কৰিব নোৱাৰি। তাৰ পিছত আদালতে অভিনেতাজনক আৰু পলম নকৰি আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ পিছত আদালতৰ নিৰ্দেশ মানি ৰাজপাল যাদৱে তিহাৰ জেলত আত্মসমৰ্পণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd